• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in ৰাজনীতি, অসম
1 min read
0
সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে
Share on FacebookShare on Twitter

যোৱা ১৪ মে’ তাৰিখে ২৩ হাজাৰ নিবনুৱাক অসম চৰকাৰে নিযুক্তি দিয়ে। ইয়াৰ ভিতৰত বহু সংখ্যক আৰক্ষী কনিষ্টবলেও নিযুক্তি লাভ কৰিছে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত কিনষ্টবলসকলে ডেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰাথমিক পৰীক্ষা গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ বাবে অসম আৰক্ষী সঞ্চালকে প্ৰশিক্ষণত সুবিধা হোৱাৰ বাবে আগতীয়াকৈ কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে। তলত তাৰে কিছু আভাস দিয়া হ’ল-

জাননী।। @assampolice ত নতুনকৈ AB আৰু UB কনিষ্টবল হিচাপে নিয়োগ লাভ কৰা সকলৰ বাবে যোগদানৰ নিৰ্দেশনা- pic.twitter.com/DMQPQYRnx0

— GP Singh (@gpsinghips) May 16, 2022

(ক) সকলো নিযুক্তিপ্ৰাপ্ত কনিষ্টবল (RC)য়ে তেওঁলোকৰ নিজ নিজ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰাথমিক প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কমেও দুদিনৰ আগতে উপস্থিত হব লাগিব।
(খ) সকলো নিযুক্তিপ্ৰাপ্ত কনিষ্টবলৰ প্ৰয়োজনীয় শাৰীৰিক সুস্থতা আৰু নিম্নতম শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। সকলো প্ৰশিক্ষাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ ইউনিট হস্পিটেল বা জিলা আৰক্ষী চিকিৎসালয়ৰ পৰা MFC (মেডিকেল ফিটনেছ চাৰ্টিফিকেট) আৰু BMI (বডী মাচ ইণ্ডেক্স) আৰু (নোটাৰাইজড এফিডেভিটী) বহন কৰিব আৰু প্ৰাথমিক প্ৰশিক্ষণৰ বাবে তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত সেইবোৰ প্ৰদৰ্শন কৰিব লাগিব।

(গ) নিজ নিজ প্ৰশিক্ষণত যোগদান কৰাৰ সময়ত প্ৰতিজন নিয়োগ কনিষ্টবলে অৱশ্যেই তেওঁলোকৰ সৈতে অত্যাৱশ্যকীয় কাপোৰৰ সামগ্ৰী আনিব লাগিব

১. বিচনাৰ সামগ্ৰীঃ বগা বিচনা চাদৰ দুখন, বগা কাভাৰ থকা গাৰু এটা, দুখনকৈ কম্বল (নীলা), বগা ৰঙৰ আঠুৱা এখন, হোল্ডল এটা আৰু এটা  টৰ্চলাইট।

২. বাচন-বৰ্তনঃ প্লাষ্টিকৰ বাল্টি দুটা, ষ্টীলৰ মাগ এটা, প্লাষ্টিকৰ মগ এটা, ষ্টেইনলেছ ষ্টীলৰ থাল বা কাহী এখন, বাউল/বাতি এটা, সৰু চামুচ দুখন।

৩. পোচাকঃ বগা টি-চাৰ্ট দুটা, দুটা বগা হাফ পেণ্ট (পুৰুষৰ বাবে), দুটা বগা দীঘল পেণ্ট (মহিলাৰ বাবে), বগা মোজাৰ সৈতে বগা কেনভাচ জোতা এজোৰ, দুটা বগা স্লিভলেছ গেঞ্জী (পুৰুষৰ বাবে), মোজাৰ সৈতে ৰঙা কেনভাচ জোতা এজোৰ।

৪. কলম আৰু টোকাবহীঃ  পাঁচটা কলম (বলপেন) আৰু টোকাবহী পাঁচখন।

৫. শ্বেভিং কিটঃ  এটা

৬. নগদ ধনঃ ১০,০০০ টকা (দহ হাজাৰ টকা)।

Previous Post

এইটো কাম কৰি ওজন হ্ৰাস, চুলি ডাঠ কেনেদৰে কৰিব! জানক

Next Post

কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ

মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই

মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8