• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? ৰামে কৰিলে টুইট!

দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে টুইট কৰি বিপদত চলচ্চিত্ৰ পৰিচালক

নিউজ ডেস্ক by নিউজ ডেস্ক
June 25, 2022
in ৰাজনীতি, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? ৰামে কৰিলে টুইট!
Share on FacebookShare on Twitter

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ সন্দৰ্ভত ৰাম গোপাল বাৰ্মাই টুইট কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মাই দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে শীঘ্ৰেই অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব পাৰে।

তেলেংগানাৰ জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ নেতা জি নাৰায়ণ ৰেড্ডীয়ে থানাত এজাহাৰ দাখিল কৰি দাবী কৰিছে যে ৰাম গোপাল বৰ্মাই টুইটাৰত NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।

If DRAUPADI is the PRESIDENT who are the PANDAVAS ? And more importantly, who are the KAURAVAS?

— Ram Gopal Varma (@RGVzoomin) June 22, 2022

ৰাম গোপাল বৰ্মাই টুইট কৰি কৈছিল যে, ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল কৌৰৱসকল কোন? প্ৰমাণ হিচাপে বিজেপি নেতাজনে টুইটটো আৰক্ষীক অৰ্পণ কৰিছে।

লগতে জি নাৰায়ণ ৰেড্ডীয়ে আৰক্ষীক অনুসূচিত জাতি / জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈও আহ্বান জনাইছে। ৰাম গোপাল বৰ্মাক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ৰেড্ডীয়ে। আইনী মতামত লাভ কৰাৰ পাছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এনে মন্তব্য কৰা ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক টি ৰাজা সিঙে।

This was said just in an earnest irony and not intended in any other way ..Draupadi in Mahabharata is my faviourate character but Since the name is such a rarity I just remembered the associated characters and hence my expression. Not at all intended to hurt sentiments of anyone https://t.co/q9EZ5TcIIV

— Ram Gopal Varma (@RGVzoomin) June 24, 2022

অৱশ্যে, চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মাই ইয়াৰ পিছত এটা টুইট কৰি কৈছে যে, এইটো কেৱল এক সহজ ধেমালিত কোৱা হৈছিল আৰু তাৰ বাহিৰে আন কোনো ধৰণৰ বেয়া অভিপ্ৰায়  নাছিল। মহাভাৰতৰ দ্ৰৌপদী মোৰ প্ৰিয় চৰিত্ৰ কিন্তু যিহেতু নামটো ইমান দুৰ্লভ, মই মাত্ৰ সংশ্লিষ্ট চৰিত্ৰবোৰ মনত ৰাখিছিলো আৰু সেয়েহে মোৰ অভিব্যক্তি প্ৰকাশ কৰিছিলো। কাৰো অনুভূতিক আঘাত কৰাৰ উদ্দেশ্যে মোৰ একেবাৰে নাছিল।

Previous Post

শিক্ষকসকলক অনাশৈক্ষিক কামত ব্যৱহাৰঃ শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান!

Next Post

উদ্ধৱ ঠাকৰেয়ে শেষলৈকে যুঁজ দিব, পদত্যাগ নকৰে!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

উদ্ধৱ ঠাকৰেয়ে শেষলৈকে যুঁজ দিব, পদত্যাগ নকৰে!

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

৭-১১ বছৰীয়া শিশুক কভ’ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

৭-১১ বছৰীয়া শিশুক কভ'ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8