• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 11, 2022
in ৰাজনীতি, অসম
1 min read
0
মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
Share on FacebookShare on Twitter

‘১৯৭৯ চনত আৰম্ভ হোৱা ছয় বছৰীয়া বিদেশী নাগৰিকৰ বহিষ্কৰণ আন্দোলনৰ পৰা ১৯৮৫ চনত অগপ দল গঠন হোৱালৈকে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজ্যৰ মহিলা সকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, তাৰ পৰৱৰ্তী সময়ত এতিয়াও অগপ দলৰ মূল চালিকা শক্তি হিচাপে মহিলা কর্মী সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আনকি মই যিমান বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছোঁ তাৰ প্ৰতিবাৰতে দলৰ মহিলা কর্মী সকলে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ বাবেহে সম্ভৱ হৈছে’, এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ৯ জুলাইৰ বিয়লি গুৱাহাটীৰ লকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সভাগৃহত অগপৰ পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ নতুন কমিটি গঠন উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

সভাত বিধায়ক কলিতাই কয় দলৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈ প্ৰায় ৩৭ বছৰীয়া যাত্ৰাপথত মহিলা কর্মী সকলে দলৰ বেয়া দিনতো বিভিন্ন প্ৰত্যাহ্বান নেওচিও দলটোক জীপাল কৰি ৰাখি আন আন কর্মী সকলৰ মনোবল বৃদ্ধি কৰিছে বুলি কলিতাই ব্যক্ত কৰে। আনহাতে পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি নাথ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অগপৰ সম্পাদক সুভাষ শৰ্মাই চমু ভাষণত পশ্চিম গুৱাহাটীত অগপৰ সাংগঠনিক শক্তি যাতে সদায় শক্তিশালী হৈ থাকে সেই লক্ষৰে সদায় কাম কৰি যাবলৈ মহিলা কর্মী সকলক আহ্বান জনায়।

সভাত অগপৰ কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন মেধি আৰু ৰবীন দৈমাৰী , সম্পাদক ৰুবুল বৈশ্য , প্ৰণৱ দাস , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , সদস্য ৰজিদা বেগম, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদত্ৰয় কল্পনা দাস , বিজু মেধি আৰু দীপাংকৰ বৈশ্য, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , ৰঞ্জন পাটোৱাৰীকে ধৰি দলটোৰ কেবাগৰাকী নেতা উপস্থিত থাকে। আনহাতে আগন্তক কাৰ্যকালৰ বাবে গীতাঞ্জলি নাথ কাকতিক সভানেত্ৰী , বৰষা নাথ কলিতাক কাৰ্যকৰী সভানেত্ৰী, কেবাজনকো উপ সভানেত্ৰী , সাধাৰণ সম্পাদিকা , সহকাৰী সাধাৰণ সম্পাদিকা হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হয় ।

Previous Post

বিজ্ঞাপনৰ নামত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ খৰচ ৬৮ কোটি টকা!

Next Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই খেতিয়কে!

পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই খেতিয়কে!

জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ সম্পন্ন

জালুকবাৰী, গাড়ীগাঁও ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8