• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অংকিতা দত্তৰ সহযোগিতাতেই হ’ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 17, 2022
in ৰাজনীতি, অসম
1 min read
0
অংকিতা দত্তৰ সহযোগিতাতেই হ’ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!
Share on FacebookShare on Twitter

যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰাৰ পিছত শুকুৰবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ দায়িত্বত থকা বৰ্ধন যাদৱে।

সংবাদমেলত অসম যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ দিন ঘোষণা সন্দৰ্ভত প্ৰকাশ কৰাৰ লগতে ৪টা জ’নত বিভক্ত কৰি এই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে। নিৰ্বাচন উজনি, নামনি, মধ্য অসম, বৰাক আৰু পাৰ্বত্য জিলাক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰিব। অসম যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ বাবে ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ হ’ব নমিনেচন প্ৰক্ৰিয়া। অনলাইন প্ৰক্ৰিয়াৰে হ’বলগীয়া নমিনেচন দিয়া প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনো অপৰাধজনিত গোচৰ থাকিলে সেয়া বিচাৰাধীন হ’ব।

৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ যুৱ কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান সম্পন্ন হোৱাৰ পিছতে ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন। আনহাতে অংকিতা দত্তক অপসাৰণ কৰা সন্দৰ্ভত উল্লেখ কৰা হয় যে পূৰ্বৰ যুৱ কংগ্ৰেছৰ কমিটিখন ক’ভিডৰ বাবে এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২০১৮ত গঠিত হোৱা কমিটিৰ সময় ২০২১ তে উকলিছিল। অংকিতা দত্ত ভাৰপ্ৰাপ্ত হিচাপেহে সভাপতিৰ দায়িত্বত আছিল।

যাদৱে কয়- ”অংকিতা দত্তৰ সহযোগিতাতেই হ’ব আগন্তুক নিৰ্বাচন। কোনো মতভেদ আমাৰ মাজত নাই। গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুসৰি হ’ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন। মোৰ ক্ষেত্ৰত যি অভিযোগৰ কথা কৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ইয়াৰ বিচাৰ কৰিব।”

Previous Post

বিমানকোঠত আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন

Next Post

অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বটদ্ৰৱাত চলিছে উচ্ছেদ অভিযান!

বটদ্ৰৱাত চলিছে উচ্ছেদ অভিযান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8