• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমত নতুনকৈ স্থাপন হ’ব ২০ খন ষ্টেডিয়াম!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 30, 2022
in ক্ৰীড়া, অসম
1 min read
0
অসমত নতুনকৈ স্থাপন হ’ব ২০ খন ষ্টেডিয়াম!
Share on FacebookShare on Twitter

অসম ক্ৰিকেট সন্থাৰ ফিটনেছ চেণ্টাৰ মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়- অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০ খন গ্ৰাউণ্ডৰ কাম হাতত লৈছিল৷  সন্থাৰ তৰফৰ পৰা ৩৫ গৰাকী খেলুৱৈক থকা-খোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰি আছে। ৩৫ গৰাকী খেলুৱৈক প্ৰশিক্ষণৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই।

  • ২০ খন খেলপথাৰত কৰ্চিং চেণ্টাৰ বনোৱা চিন্তা কৰিব লাগে তেতিয়া খেলুৱৈৰ সুবিধা হ’ব।
  • ৫০ কোটি টকাকৈ প্ৰতিখন ষ্টেডিয়ামলৈ দিয়া হৈছে।
  • যোৰহাট ষ্টেডিয়ামখন অত্যাধুনিক ৰূপত সজোৱা হ’ব।
  • ৫২ খন খেলপথাৰত নিৰ্মাণৰ লক্ষ্য সম্পূৰ্ণ কৰিয়ে আৰু খেলপথাৰ নিৰ্মাণৰ কাম হাতত ল’ব৷
  • অতিশীঘ্ৰে আমিনগাঁৱত বেডমিণ্টন এপেক্স চেণ্টাৰ মুকলি হ’ব
  • সৰুসজাইৰ গেম ভেলেইজত ২৫০ জন খেলুৱৈ আৰু প্ৰক্ষিশক থাকিব পৰাকৈ নিৰ্মাণ কৰাৰ লক্ষ্য।
  • ক্ৰীড়া পেন্সনৰ ক্ষেত্ৰত অকল খেলুৱৈ সকলক ৮ হাজাৰ টকাকৈ পেন্সন দিয়া হৈছে
  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলক পেন্সন দিয়াৰ ব্যৱস্থা কৰিছে ৷
  • কমনৱেল্থ অলিম্পিক আদি খেল সমূহত খেলুৱৈৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷
  • লাভলীনাৰ প্ৰশিক্ষকক ২.৫০ লাখ টকা মাহিলী দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
  • সীমা দাসেও যাতে অলিম্পিকৰ সময়লৈকে কোনো অসুবিধা নোহোৱাকৈ প্ৰশিক্ষণ ল’ব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে ৷
  • ডিমা হাছাওৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ৫ লাখ টকা প্ৰেৰণ অসম ক্ৰিকেট সন্থাৰ।

‌ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত এইদৰে কয়, ‘ অসমৰ ক্ৰীড়া ইতিহাসৰ এক সোণালী দিন। বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অত্যাধুনিক জিমনেছিয়াম আৰু অভ্যৰ্থনা কক্ষৰ শুভ উদ্বোধনৰ লগতে অসম চৰকাৰে প্ৰদান কৰা ১১ বিঘা মাটিত ৭০০খন বাহন ৰাখিব পৰাকৈ পাৰ্কিং আৰু বাণিজ্যিক চৌহদৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হওঁ।

We have decided to provide ₹2.5 lakh per month to the personal coach of Smt @LovlinaBorgohai for the next Olympics. Training for sprinter Smt @HimaDas8 will also be arranged.

A games village is being planned at Sarusajai that will be able to accommodate at least 250 players. pic.twitter.com/9RYUUXUFRa

— Himanta Biswa Sarma (@himantabiswa) June 29, 2022

তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকক খেলৰ অনুশীলনৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক উপযুক্তভাৱে গঢ়ি তুলিবলৈ অসম চৰকাৰে ৰাজ্যজুৰি ক্ৰীড়া আন্তঃগাঁথনি সবল কৰিবলৈ পদক্ষেপ লৈছে। নিযুক্তিৰ ক্ষেত্ৰতো খেলুৱৈসকলৰ বাবে পদ সংৰক্ষণৰ দিশটোত চিন্তা-চৰ্চা কৰি থকা হৈছে।

Previous Post

কামৰূপ মহানগৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড!

Next Post

আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

মহানগৰবাসীয়ে পানীৰ বাবে ভৰিব লাগিব ১০,০০০ টকা!

মহানগৰবাসীয়ে পানীৰ বাবে ভৰিব লাগিব ১০,০০০ টকা!

Copyright Act.ত গ্রেপ্তাৰ এগৰাকী যুৱতী

Copyright Act.ত গ্রেপ্তাৰ এগৰাকী যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8