শুকুৰবাৰে চূড়ান্ত হয় ফিফা বিশ্বকাপ ২০২২ ৰ গ্ৰুপ পৰ্যায়ত খেলৰ তালিকা ৷ ফিফা বিশ্বকাপ ২০২২ ত মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰিব ৷ শুকুৰবাৰে নিশা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত ২৯ টা দলে নিজৰ গ্ৰুপ লাভ কৰে খেলৰ তালিকা ৷ বাকী তিনিটা দলে প্লে অফ খেলি বিশ্বকাপৰ মূল তালিকাত নিজৰ স্থান নিশ্চিত কৰিব ৷
গ্ৰুপ এ ৰ পৰা এইচলৈ ৩২ টা দলক ৮ টা গ্ৰুপত বিভক্ত কৰা হৈছে ।
ক্ৰমে গ্ৰুপ এ : কাটাৰ, ইকু।
গ্ৰুপ বি : ইংলেণ্ড , ইৰাণ , আমেৰিকা, প্লে অফত ৱেলছ/স্কটলেণ্ড/ইউক্ৰেইন
গ্ৰুপ চি : আৰ্জেণ্টিনা ,চৌদি আৰৱ , মেক্সিকো , পোলেণ্ড
গ্ৰুপ ডি : ফ্ৰান্স , প্লে অফ 1 পেৰু/অষ্ট্ৰেলিয়া/সংযুক্ত আৰৱ গণৰাজ্য় , ডেনমাৰ্ক , টিউনিচিয়া
গ্ৰুপ ই : স্পেইন , কোষ্টাৰিকা/নিউজিলেণ্ড , জাৰ্মানী , জাপান
গ্ৰুপ এফ : বেলজিয়াম , কানাডা , মৰক্কো , ক্ৰোৱেছিয়া
গ্ৰুপ জি : ব্ৰাজিল , ছাইবেৰিয়া , ছুইজাৰলেণ্ড , কেমেৰুণ
গ্ৰুপ এইচ : পৰ্তুগাল , ঘানা , উৰুগুৱে , দক্ষিণ কোৰিয়া