• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা আৰম্ভ হ’ব হিৰো ISL ৰ নৱম সংস্কৰণ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 7, 2022
in ক্ৰীড়া
1 min read
0
আজিৰে পৰা আৰম্ভ হ’ব হিৰো ISL ৰ নৱম সংস্কৰণ
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবলক নতুন ৰূপ দিয়া হিৰো ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ নৱম সংস্কৰণ সাত অক্টোবৰৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য যে, ক’ভিডৰ বাবে যোৱা দুবছৰ ISLৰ মেচ দর্শক অবিহনে কেৱল গোৱাতে হৈছিল যদিও এইবাৰ পুনৰ সমগ্ৰ দেশতে অনুষ্ঠিত হ’ব। অর্থাৎ ISL খেলিব লগা ১১ টা দলে নিজৰ নিজৰ চহৰত ১০ খনকৈ লীগ মেচ খেলাৰ সুযোগ লাভ কৰিব। অহা ছমাহত পুনৰ ফুটবলৰ উৎসৱৰ মায়াত ডুব যাব ভাৰতীয় ক্রীড়াপ্রেমী।

উল্লেখ্য যে, পূৰ্বৰ দৰে এইবাৰ নিজৰ প্ৰিয় দলটোক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকিবলৈ সুযোগ পাব সকলো দৰ্শকে। অহা সাত অক্টোবৰত কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’ব লগা নৱম ISLৰ উদ্বোধনী মেচত ঘৰুৱা দল কেৰালা ব্ৰাষ্টাৰ্ছ FCয়ে খেলিব কলকাতাৰ দল ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে।

সুখবৰ যে, উত্তৰ-পূবৰ ক্ৰীড়াপ্ৰেমীৰ দুবছৰীয়া অপেক্ষাৰ অন্ত পেলাই এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামতো পুনৰ হ’ব ISL ৰ মেচ। অহা ১৩ অক্টোবৰত ঘৰুৱা দল নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে গুৱাহাটীৰ প্ৰথম মেচত মুখামুখি হ’ব বিগত ছিজনৰ চেম্পিয়ন হায়দাবাদ এফ চিৰ বিৰুদ্ধে। অৱশ্যে নর্থ-ইষ্ট ইউনাইটেডে নতুন ছিজনৰ প্ৰথমখন মেচ খেলিব বাংগালুৰু এফ চিৰ বিৰুদ্ধে। অহা ৮ অক্টোবৰত বাংগালুৰুৰ শ্ৰী কাণ্টিৰাবা ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব। 

Previous Post

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা
অসম

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

January 24, 2023
মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা
অসম

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

January 17, 2023
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক
ৰাজনীতি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক

January 6, 2023
৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ
সংবাদ

৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ

December 30, 2022
পদক দখলেৰে পুনৰ অসমলৈ গৌৰৱ কঢ়িয়ালে লাভলীনা, অংকুশিতাই
ক্ৰীড়া

পদক দখলেৰে পুনৰ অসমলৈ গৌৰৱ কঢ়িয়ালে লাভলীনা, অংকুশিতাই

December 27, 2022
জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ
ক্ৰীড়া

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

December 12, 2022
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

খানাপাৰা খেলপথাৰত বিজেপিৰ বিশাল জনসভাৰ আয়োজন

খানাপাৰা খেলপথাৰত বিজেপিৰ বিশাল জনসভাৰ আয়োজন

ইৰাণৰ নাঁৱত পাকিস্তানৰ মাজেৰে ভাৰতলৈ অনা ১২০০ কোটিৰ ২ কুইন্টল হিৰইন জব্দ

ইৰাণৰ নাঁৱত পাকিস্তানৰ মাজেৰে ভাৰতলৈ অনা ১২০০ কোটিৰ ২ কুইন্টল হিৰইন জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8