• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশ্বৰ সৰ্ববৃহৎ দবা প্ৰতিযোগিতাত অসমৰ অৰুণ সিং আৰু মণিমালা সিনহা বিচাৰক

নিউজ ডেস্ক by নিউজ ডেস্ক
July 28, 2022
in ক্ৰীড়া, অসম, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
বিশ্বৰ সৰ্ববৃহৎ দবা প্ৰতিযোগিতাত অসমৰ অৰুণ সিং আৰু মণিমালা সিনহা বিচাৰক
Share on FacebookShare on Twitter

চেন্নাইত আজিৰে পৰা আৰম্ভ হ’বলগীয়া দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰিছে অসমৰ দুগৰাকীকৈ আৰবিটাৰ অৰুণ সিং আৰু মণিমালা সিনহাই।

উল্লেখ্য যে, ২০১৭ বৰ্ষত ফিডে আৰবিটাৰ হিচাপে স্বীকৃতি লাভ কৰা অৰুণ সিং আন্তঃৰাষ্ট্ৰীয় আৰবিটাৰ হিচাপে ২০২২ বৰ্ষত স্বীকৃতি লাভ কৰে৷ ইতিমধ্যে KIIT ইণ্টাৰনেচনেল গ্ৰেণ্ডমাচটাৰচ্, দিল্লী ইণ্টাৰনেচনেল, গুৱাহাটী ইণ্টাৰনেচনেল, ৱেষ্টাৰ্ণ এছিয়া য়ুউথ এণ্ড জুনিয়ৰ চেচ চেম্পিয়নশ্বিপ, ১৭ আৰু ২৫ বছৰৰ অনুৰ্ধ ৰাষ্ট্ৰীয় দবা আদি বিভিন্ন দবা প্ৰতিযোগিতাত আৰবিটাৰ অৰ্থাৎ বিচাৰক হিচাপে আমন্ত্ৰণ লাভ কৰিছিল অৰুণ সিঙে৷

সমান্তৰালভাৱে মণিমালা সিনহায়েও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিচাৰক হিচাপে আমন্ত্ৰিত হৈ আহিছে৷ এই দুই আৰবিটাৰক আজিৰে পৰা চেন্নাইৰ মহাবলীপুৰমত অনুষ্ঠিত ৪৪ সংখ্যক দবা অলিম্পিয়াডত বিচাৰকৰ বাবে আমন্ত্ৰণ জনাইছে৷ অহা ১০ আগষ্টলৈকে চলিবলগীয়া বিশ্বৰ সৰ্ববৃহৎ দবা প্ৰতিযোগিতাখনিত ১৮৭ খন দেশে অংশগ্ৰহণ কৰিছে। 

অসম দবা সন্থাৰ ৰাজ্যিক সভাপতি কন্দৰ্প কলিতা, সম্পাদক ৰাজীৱ ধৰৰ লগতে গোলাঘাট জিলা দবা সন্থাৰ সভাপতি দায়েৰী প্ৰসাদ উপাধ্যায় আৰু সম্পাদক পল্লৱ গোহাঁয়ে কয় যে বিশ্ব দবা প্ৰতিযোগিতাত অসমৰ পৰা দুগৰাকীকৈ আৰবিটাৰক আমন্ত্ৰণ জনোৱাটো অসমবাসীৰ বাবেই গৌৰৱৰ বিষয়৷ 

Previous Post

মৈৰাবাৰীত সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাক কামৰূপ জাফা(ম)ৰ অসম আৰক্ষীক গৰিহনা

Next Post

আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২, অসমৰ ৭ খেলুৱৈয়ে লৈছে অংশ

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
Next Post
আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২, অসমৰ ৭ খেলুৱৈয়ে লৈছে অংশ

আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২, অসমৰ ৭ খেলুৱৈয়ে লৈছে অংশ

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক সমৰ্থন দিব জনতা দলে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক ‘ৰাষ্ট্ৰপত্নী’ আখ্যা কংগ্ৰেছ নেতাৰ! উত্তাল সদন

এলেন দেউৰীক অসম অলিম্পিক সন্থাই দিলে এক লাখ টকা! চৰকাৰে দিব চাকৰি

এলেন দেউৰীক অসম অলিম্পিক সন্থাই দিলে এক লাখ টকা! চৰকাৰে দিব চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8