• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in ক্ৰীড়া, অসম, সংবাদ, সাহিত্য
1 min read
0
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে ২৩ জুনত অসম অলিম্পিক সন্থাই গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা সদৌ অসম আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ কাৰ্যসূচী পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব। কটন বিশ্ববি্দ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত পুৱা ৮ বজাৰ পৰা ইতিমধ্যে অসম অলিম্পিক সন্থালৈ প্ৰেৰণ কৰা তৰ্ক প্ৰতিযোগীসকলৰ নাম পঞ্জিয়ন কৰা হ’ব।

পুৱা ৯.১৫ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ন্যায়াধীশ মনজিৎ ভূঞা। তদুপৰি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামী আৰু বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা। পুৱা ৯.৪০ বজাৰ পৰা সদৌ অসম প্ৰাইজমানী আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰম্ভ হ’ব। আনহাতে, পুৱা ১০ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ বাবে অসম অলিম্পিক সন্থালৈ ইতিমধ্যে নাম প্ৰেৰণ কৰা প্ৰতিযোগী সকলৰ পঞ্জিয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব।পুৱা ১১.৩০ ৰ পৰা কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত কুইজ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ড আৰম্ভ হ’ব।

সেইদৰে, ১ বজাত কটন বিশ্ববি্দ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সমাগত যুৱ অলিম্পিক ২০২২ ৰ লগো, থিম ছং আৰু টি ছাৰ্ট মুকলি কৰা হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱাল। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল। কটন বিশ্ববি্দ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দিনৰ ২ বজাৰ পৰা কুইজ প্ৰতিযোগিতাৰ ছেমি ফাইনেল ৰাউণ্ড আৰু ৩ বজাৰ ফাইনেল ৰাউণ্ড আৰম্ভ হ’ব। বিয়লি ৫ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকটকী।

Previous Post

অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী! কিন্তু কোন এই দ্ৰৌপদী মুৰ্মূ?

দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী! কিন্তু কোন এই দ্ৰৌপদী মুৰ্মূ?

ৰিণিকি ভূঞা শৰ্মাই ১০০ কোটিৰ মানহানিৰ গোচৰ তৰিলে মনিষ চিছদিয়াৰ বিৰুদ্ধে!

ৰিণিকি ভূঞা শৰ্মাই ১০০ কোটিৰ মানহানিৰ গোচৰ তৰিলে মনিষ চিছদিয়াৰ বিৰুদ্ধে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8