• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 25, 2022
in ক্ৰীড়া, অসম, সংবাদ
1 min read
0
১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ
Share on FacebookShare on Twitter

অসম হেণ্ডবল সন্থাৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত অহা ১০ জুলাইৰ পৰা ১২জুলাইলৈ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ। এই প্ৰতিযোগিতাত দেশৰ আগশাৰীৰ ১০ টা হেণ্ডবল দল ক্ৰমে পঞ্জাৱ পুলিচ, হাৰিয়ানা চাৰ্ভিচ, এছ এছ বি, হিমাচল হেণ্ডবল একাডেমী, পশ্চিমবঙ্গ, ত্ৰিপুৰা, অৰুণাচল, অসম আৰু মণিপুৰ দলে অংশগ্ৰহণ কৰিব। আজি অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত অসম প্ৰীমিয়াৰ হেণ্ডবল লীগ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে এই কথা অৱগত কৰে।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ প্ৰশিক্ষণ আৰু বাচনি শিৱিৰ কাইলৈৰ পৰা নাহৰকটীয়াত অনুষ্ঠিত হ’ব। প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে সৰ্বভাৰতীয় হেণ্ডবল ফেডাৰেশ্যনৰ ছিনিয়ৰ প্ৰশিক্ষক ইন্দৰজিৎ সিং ৰাণাধাৱা উপস্থিত থাকিব। আজিৰ এই সংবাদমেলত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ কোঁৱৰ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি প্ৰণয় বৰদলৈ, প্ৰিমিয়াৰ লীগ উদযাপন সমিতিৰ সভাপতি ৰাজ কাকতিয়ে অসম হেণ্ডবল দলৰ জাৰ্ছি উন্মোচন কৰে। সংবাদমেলত অসম হেণ্ডবল সন্থাৰ কাৰ্যকৰী সভাপতি ললিত গগৈ, সাধাৰণ সম্পাদক পিকলু ৰয়,কোষাধ্যক্ষ বিপুল শইকীয়া, সমাজ সেৱক আব্দুল চামাদ চৌধুৰীকে ধৰি অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া আৰু হেণ্ডবল সন্থাৰ বিষয়- ববীয়াসকল উপস্থিত থাকে।

Previous Post

উদ্ধৱ ঠাকৰেয়ে শেষলৈকে যুঁজ দিব, পদত্যাগ নকৰে!

Next Post

৭-১১ বছৰীয়া শিশুক কভ’ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
৭-১১ বছৰীয়া শিশুক কভ’ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

৭-১১ বছৰীয়া শিশুক কভ'ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

কেবিনেট বৈঠকঃ বান, মিউছুৱেল ট্রেন্সফাৰ, অৰুণোদয় আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত!

কেবিনেট বৈঠকঃ বান, মিউছুৱেল ট্রেন্সফাৰ, অৰুণোদয় আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8