• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহায্য

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in ক্ৰীড়া, News, অসম, সংবাদ
1 min read
0
অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহায্য
Share on FacebookShare on Twitter

আগন্তুক এছিয়ান গেমছ ২০২২ ত অংশগ্ৰহণৰ যোগ্যতা অর্জন কৰি দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা অসমৰ সু-সন্তান অম্লান বৰগোঁহাইৰ উন্নত প্ৰশিক্ষণৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে খেলুৱৈগৰাকীলৈ ৫ লাখ টকাৰ ধনৰাশি আগবঢ়াইছে ৷

অলপতে কেৰালাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অম্লান বৰগোঁহায়ে এছিয়ান গেমছত অংশগ্ৰহণৰ যোগ্যতা অর্জন কৰিছে ৷খেলুৱৈগৰাকীয়ে যোৱা ২২ এপ্ৰিলত মুখ্যমন্ত্ৰী শৰ্মাক তেওঁৰ কার্যালয় কক্ষত সাক্ষাৎ কৰি উন্নত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধাৰ্থে অর্থ সাহায্য প্ৰদানৰ আবেদন জনাইছিল ৷

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে খেলুৱৈগৰাকীলৈ এই ধনৰাশি আগবঢ়ায় ৷ মুখ্যমন্ত্ৰীয়ে এক শুভেচ্ছা বার্তাযোগে অম্লান বৰগোঁহাইৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি কয় যে একান্ত নিষ্ঠাৰে অনুশীলনত ব্ৰতী হৈ উদীয়মান খেলুৱৈগৰাকীয়ে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত সফলতা অর্জন কৰি দেশৰ লগতে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশাবাদী ৷

Previous Post

২৪ ঘন্টাত প্ৰায় ৩০০০ লোক আক্ৰান্ত ক’ভিডত

Next Post

মহানগৰীত উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীত উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

মহানগৰীত উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান

আলফা(স্বা)ত যোগদান কৰা সকলৰ কোনো উদ্দেশ্য নাই!

এক মে’ত সাংবাদিকৰ মুকলি বিহু

এক মে’ত সাংবাদিকৰ মুকলি বিহু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8