• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

IPLৰ মাজতে অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 14, 2022
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
1 min read
0
IPLৰ মাজতে অম্বাতি ৰায়ডুৰ টুইটক লৈ বিতৰ্ক
Share on FacebookShare on Twitter

IPLৰ মাজভাগতে অৱসৰ ঘোষণা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন অম্বাতি ৰায়ডুৰ। এইবাৰেই শেষ, এই ছিজনৰ পিছত আৰু আইপিএল নেখেলে বুলি কয় চিএছকেৰ খেলুৱৈগৰাকীয়ে। অৱশ্যে, ৰায়ডুৰ এই অৱসৰ ঘোষণাৰ ১৫ মিনিট পাছতে ডিলিট কৰে টুইটাৰ পোষ্ট। তাৰ পিছতে আৰম্ভ হয় তুমুল বিতৰ্কৰ। ৰায়ডুৱে টুইট কিয় ডিলিট কৰিলে? ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি?

এটা টুইটযোগে ৰায়ডুৱে তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰি কয়, ‘মই ঘোষণা কৰিবলৈ পাই সুখী যে, এয়া মোৰ অন্তিম IPL ছিজন। ১৩ বছৰ ধৰি দুটা ডাঙৰ দলৰ অংশ হৈ ভাল সময় অতিবাহিত কৰিছো। মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছক ধন্যবাদ।’ আশ্চৰ্যজনক ভাৱে ১৫ মিনিট পাছতে টুইট ডিলিট কৰে অম্বাতি ৰায়ডুৱে।

Previous Post

বাস্তু শাস্ত্র অনুসৰি এইসমূহ সামগ্ৰী ঘৰত ৰাখিলে হব পাৰে ভয়ংকৰ বিপদ!

Next Post

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংবাদ

আজাৰাত আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আৰম্ভ

November 22, 2023
এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!
সংবাদ

এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!

November 21, 2023
উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!
সংবাদ

উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!

November 18, 2023
মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক
ৰাজনীতি

মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক

November 17, 2023
নিৰ্বাচনী তালিকাৰ পৰা আতৰিল ৮৬ টা ৰাজনৈতিক সংগঠন!
ৰাজনীতি

প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী!

November 15, 2023
Next Post
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8