• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

BCCI ৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসমৰ দেৱজিৎ শইকীয়া!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in ক্ৰীড়া, অসম, ৰাষ্ট্ৰীয়
1 min read
0
BCCI ৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসমৰ দেৱজিৎ শইকীয়া!
Share on FacebookShare on Twitter

১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সভাপতি পদৰ নিৰ্বাচনৰ সমান্তৰালকৈ অন্ত পৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সভাপতিত্ব।  সৌৰভ গাংগুলীৰ আসনত উপৱিষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ আছে প্ৰাক্তন ক্ৰিকেটাৰ ৰজাৰ বিন্নীৰ। ৰজাৰ বিন্নী আছিল ১৯৮৩ চনৰ ঐতিহাসিক বিশ্বকাপ বিজয়ী দলৰ সদস্য ।

উল্লেখ্য যে, সভাপতি পদৰ বাবেই নহয় বৰং আন বহু কেইটা পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত, যুটীয়া সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।

দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ ওপৰিও প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল। ১২ অক্টোবৰত অন্ত পৰিব মনোনয়ন দাখিলৰ অন্তিম সময় । এতিয়ালৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ প্ৰকাশ পোৱা অনানুষ্ঠানিক তালিকা অনুসৰি, বি চি চি আইৰ সভাপতি পদৰ বাবে ৰ’জাৰ বিন্নী, উপ সভাপতি পদৰ বাবে ৰাজীৱ শুক্লা, যুটীয়া সম্পাদক পদৰ বাবে দেৱজিৎ শইকীয়া আৰু ৰোহন জেটলী, কোষাধক্ষ্য পদৰ বাবে আশ্বিষ শ্বেলাৰ আৰু আই পি এলৰ অধ্যক্ষ পদৰ বাবে অৰুণ ধুমালে আগবঢ়াইছে মনোনয়ন।

Previous Post

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড়

Next Post

এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
Next Post
এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ

এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ

ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8