• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টেনিছৰ এটি বৰ্ণিল যুগৰ অৱসানঃ সমগ্ৰ বিশ্বক কন্দুৱাই ফেডাৰাৰে ললে অৱসৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 24, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক
1 min read
0
টেনিছৰ এটি বৰ্ণিল যুগৰ অৱসানঃ সমগ্ৰ বিশ্বক কন্দুৱাই ফেডাৰাৰে ললে অৱসৰ
Share on FacebookShare on Twitter

অৱশেষত টেনিছৰ বৰ্ণিল জগতৰ পৰা বিদায় মাগিলে ফেডাৰাৰে। ১৯৯৫ চনত পেছাগত টেনিছ প্ৰতিযোগিতাত অংশ লোৱাৰে পৰা এই সুদীৰ্ঘ কাল প্ৰতি জন দৰ্শক, ক্ৰীড়ানুৰাগীক নিজৰ মায়াৰ জালত বন্দী কৰি ৰখৈ খেলুৱৈজনে কেৰিয়াৰৰ অন্তিম খেলত চিৰবৈৰী ৰাফেল নাডালৰ সৈতে যুটি বান্ধি লাভেৰ কাপৰ ডাবলছত পৰাস্ত হ’লেও জিনিবলৈ সক্ষম হয় সমগ্ৰ বিশ্বক। ৪১ বছৰীয়া খেলুৱৈ জনৰ অৱসৰত উচুপি উঠে ষ্টেডিয়ামত উপস্থিত প্ৰত্যেক জন দৰ্শকে।

নিজৰ কেৰিয়াৰত ১৫০০ খন খেলত অংশগ্ৰহণ কৰি ২০ বাৰ গ্ৰেণ্ডশ্লেমৰ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীক ইয়াৰ পূৰ্বে অন্তিমবাৰ দেখা গৈছিল ২০২১ চনৰ গ্ৰেণ্ডশ্লেমৰ কোৱাৰ্টাৰ ফাইনেলত। তাৰ পাছৰে পৰা আঠুৰ আঘাতৰ বাবে বিশ্ৰামত আছিল ফেডাৰাৰ।

প্ৰায় দুটা দশক জুৰি মুখ্য প্ৰতিদ্বন্দী আছিল ৰজাৰ ফেডাৰাৰ আৰু ৰাফেল নাডাল। পুৰুষৰ টেনিছৰ সোণালী যুগ বুলি গণ্য কৰা এই সময়ছোৱাতে দুয়োজন খেলুৱৈয়ে দখল কৰিছিল সৰ্বমুঠ ৪২টা গ্ৰেণ্ডশ্লেমৰ খিতাপ। ২৫ বছৰীয়া পেছাগত খেলুৱৈ জীৱনৰ অৱসান ঘটাই শেষবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ফেডাৰাৰে। এই খেল সমাপ্ত হোৱাৰ পাছতেই ষ্টেডিয়ামত দেখা গ’ল পুৰুষৰ টেনিছৰ ‘বিগ ফ’ৰ’ অৰ্থাৎ ফেডাৰাৰ, নাডাল, জোকোভিছ আৰু মুৰেক। চকুলোৰ মাজতেই ষ্টেডিয়ামৰ সমগ্ৰ অনুৰাগীয়ে ফেডাৰাৰক জনাই শেষ অভিবাদন।

Previous Post

সুৰা পান কৰি ড্ৰাইভিং চিটত বহাৰ লগে লগে বাজিব এলাৰ্ম!

Next Post

কৰ সংগ্রহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দিয়া নিবিদা বাতিলৰ সিদ্ধান্ত GMC ৰ

Related Posts

অৰুণাচল প্ৰদেশত ৰাণী কচিং চেন্টাৰৰ খেলুৱৈৰ সাফল্য
ক্ৰীড়া

অৰুণাচল প্ৰদেশত ৰাণী কচিং চেন্টাৰৰ খেলুৱৈৰ সাফল্য

May 24, 2023
ফেডাৰেচন কাপত অম্লান বৰগোহাঁইৰ স্বৰ্ণ পদক
অসম

ফেডাৰেচন কাপত অম্লান বৰগোহাঁইৰ স্বৰ্ণ পদক

May 19, 2023
আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস
অসম

আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱস

May 12, 2023
চণ্ডীগড়ৰ মিনাৰ্ভা একাডেমীলৈ APRO’ৰ নিহাল স্বৰ্গীয়াৰী
অসম

চণ্ডীগড়ৰ মিনাৰ্ভা একাডেমীলৈ APRO’ৰ নিহাল স্বৰ্গীয়াৰী

May 12, 2023
IPL জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ
সংবাদ

IPL জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ

May 9, 2023
আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস
ৰাজনীতি

আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

May 1, 2023
Next Post
GMCৰ কাৰ্যালয়ত পুনৰ চলিল CM ভিজিলেঞ্চৰ অভিযান

কৰ সংগ্রহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দিয়া নিবিদা বাতিলৰ সিদ্ধান্ত GMC ৰ

গৱেষণাই এটা জাতিৰ সামাজিক পুঁজিলৈ অৰিহণা যোগায়ঃ অধ্যাপক যোশী

গৱেষণাই এটা জাতিৰ সামাজিক পুঁজিলৈ অৰিহণা যোগায়ঃ অধ্যাপক যোশী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8