• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা

এছিয়ান ট্ৰেক চাইক্লিঙত চয়নিকাৰ দুটাকৈ পদক জয়

নিউজ ডেস্ক by নিউজ ডেস্ক
July 6, 2022
in ক্ৰীড়া, অসম, আন্তৰ্জাতিক
1 min read
0
চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা
Share on FacebookShare on Twitter

জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত অসম জীয়ৰী চয়নিকাই ভাৰতক কৰিছিল প্ৰতিনিধিত্ব। ১৮ ৰ পৰা ২২ জুনলৈ নতুন দিল্লীত অনুষ্ঠিত ৪১ সংখ্যক ছিনিয়ৰ, 28 সংখ্যক জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত দুটাকৈ ব্ৰঞ্জ অৰ্জনেৰে অসম তথা দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ ।
দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে মহিলাৰ এলিট স্কেটছ ৰেচ চাইক্লিং টুৰ্ণামেন্টত ব্যক্তিগত শাখাতো ব্ৰঞ্জ দখলেৰে উজলিছে চয়নিকা। খেলুৱৈগৰাকীৰ এই সাফল্যত আনন্দিত অসম চাইক্লিং সন্থা। বুধবাৰে দিছপুৰৰ পি ডব্লিউ ডি প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম চাইক্লিং সন্থাই আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত ব্ৰঞ্জজয়ী চয়নিকাক বিপুল সম্বৰ্ধনা জনালে সন্থাই। অসম তথা দেশৰ বাবে চয়নিকা এক গৌৰৱ বুলি অভিহিত কৰিলে অসম চাইক্লিং সন্থাৰ সভাপতি, জ্যেষ্ঠ আৰক্ষী বিষয়া হৰমিত সিঙে সন্থাৰ তৰফৰ যি সহায় সহযোগ লাগে সেইয়া পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিজাববীয়াকৈ ৫০ হেজাৰ টকা প্ৰদানৰ কথা ঘোষণা কৰিলে সভাপতিজনে।

জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত দুটাকৈ ব্ৰঞ্জজয়ী চয়নিকা এছিয়ান গেমছৰ বাবেও বাছনি লাভ কৰিছে। এছিয়ানৰ গেমছৰ বাবে চাউথ কোৰিয়া বা জাৰ্মানীত প্ৰশিক্ষণ লাভ কৰাৰ আশা ব্যক্ত কৰিলে গহপুৰ ডুবিয়া বড়িগাঁৱৰ জীয়ৰী চয়নিকাই।

চয়নিকাৰ সাফল্যত আনন্দ প্ৰকাশ কৰি অসম চাইক্লিং সন্থাৰ সম্পাদক ড০ তপন দাসে আগন্তুক দিনত অসমৰ চাইক্লিষ্টসকলে আৰু অধিক উন্নত প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰে। লগতে অসমত নৱেম্বৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব নেচনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ উপৰিও অহা ৯ আৰু ১০ জুলাইত সোণাপুৰৰ এল এন আই পি ত আয়োজিত কৰা  চাইকিং টেলেন্ট হান্টৰ বিষয়ে জনালে অসম চাইক্লিং সন্থাৰ সম্পাদকগৰাকীয়ে।

Previous Post

গুৱাহাটী ক্ৰীড়া সন্থাৰ বি আৰু চি ডিভিজন ফুটবল লীগ

Next Post

মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন NF ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দলৰ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন NF ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দলৰ

মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন NF ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দলৰ

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8