• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰ ওলাল শিৱসাগৰত

নিউজ ডেস্ক by নিউজ ডেস্ক
December 11, 2021
in ক্ৰাইম, ক্ৰীড়া
0
ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰ ওলাল শিৱসাগৰত
Share on FacebookShare on Twitter

ফুটবলৰ মহাতাৰকা মাৰাডোনাৰ হাবলট এডিশ্যনৰ মৃল্যৱান ঘড়ী চুৰ কৰি গ্ৰেপ্তাৰ হয় শিৱসাগৰৰ এজন যুৱক। কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা মাৰাডোনাৰ এই ঘড়ীটো চুৰ কৰি আনিছিল ৱাজিদ হুচেইন নামৰ যুৱকে। মহান ফুটবলাৰগৰাকীৰ ঘড়ী চুৰি কৰি পলায়ন কৰিছিল যুৱকজনে৷ অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইন নামৰ লোকজনক। শহুৰেকৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱাজিদক।

ডুবাইৰ এটা কোম্পানীত কৰ্মৰত হৈ থকা আছিল ৱাজিদ হুছেইনে ৷ ২০২১ৰ ১৫ আগষ্টত ডুবাইৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ৱাজিদে৷ ৱাজিদক গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাৰাডোনাৰ ঘড়ীটো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা মতে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত মাৰাডোনাৰ এই ঘড়ীটো আৰু চোৰটোক কেনেদৰে গ্ৰেপ্তাৰ কৰিলে।হাবলট এডিশ্যনৰ এই মৃল্যৱান ঘড়ীটোৰ ওপৰত আছিল মাৰাডোনাৰ স্বাক্ষৰ।

Previous Post

ঘোষণা হ’ল HS ৰ বিশেষ পৰীক্ষাৰ ফলাফল

Next Post

জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা
অসম

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

January 24, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
Next Post
জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8