• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৬ জুনৰ পৰা আৰম্ভ হ’ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন, নাথাকিব বিদেশী খেলুৱৈ

খেলুৱৈৰ স্বাস্থ্য বীমা বাধ্যতামূলক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 26, 2022
in ক্ৰীড়া, অসম, গুৱাহাটী
1 min read
0
৬ জুনৰ পৰা আৰম্ভ হ’ব গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল ছিজন, নাথাকিব বিদেশী খেলুৱৈ
Share on FacebookShare on Twitter

স্থানীয় আৰু যুৱ ফুটবলাৰক অধিক সুযোগ দিয়াৰ মানসেৰে গুৱাহাটী ক্ৰীড়া সন্থাই এইবাৰৰপৰা গুৱাহাটীৰ ফুটবল লীগত বিদেশী খেলুৱৈক অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সন্থাৰ অন্তৰ্গত ৩৬ টা ক্লাবৰে হোৱা আলোচনাৰ পাছত সন্থাই এই সিদ্ধান্ত লয়৷ সন্থাৰ সভাপতি পুলক গোস্বামী আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই এই বিষয়ে জনাই কয় যে অসমত প্ৰতিভাৱান ফুটবলাৰৰ অভাৱ নাই যদিও একমাত্ৰ সুযোগৰ অভাৱৰ বাবে তেওঁলোকৰ প্ৰতিভা বিকশিত নহয়৷ সেয়ে এই ছিজনৰ পৰা গুৱাহাটী ফুটবল লীগত বিদেশী খেলুৱৈ নেখেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে যাতে তাৰ স্থানত প্ৰতিভাৱান স্থানীয় খেলুৱৈয়ে খেলাৰ সুযোগ পায়।

অৱশ্যে আন টুৰ্নামেণ্টৰ বাবে ক্লাবসমূহে বিদেশী খেলুৱৈ পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ লগতে প্ৰতিটো দলত চাৰিজনকৈ অনুৰ্ধ ২১ খেলুৱৈ অন্তৰ্ভুক্ত কৰা, প্ৰতিজন খেলুৱৈৰ স্বাস্থ্য বীমা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে সন্থাই। ইয়াৰ উপৰি অকৰ্তৃত্বশীল মেচ খেলা খেলুৱৈৰ বিৰুদ্ধে সংশ্লিষ্ট ক্লাবে সন্থাক অভিযোগ দিলে তেনে খেলুৱৈক নিষিদ্ধ কৰাৰ বিষয়েও বিবেচনা কৰি থকা হৈছে।

আনহাতে, সন্থাৰ ফুটবল সম্পাদক এল প্ৰণৱ সিঙে জনোৱা মতে ২০২২-২৩ বৰ্ষৰ জিএছএ ফুটবল ছিজন ৬ জুনৰপৰা চি ডিভিজন কোৱালিফাইং ৰাউণ্ডেৰে আৰম্ভ হ’ব৷ ৭ৰপৰা ৯ জুনলৈ সন্ধিয়া ৫ বজাৰপৰা ৭ বজালৈ সকলো ডিভিজনৰ আন্ত:ক্লাব ক্লীয়েৰেন্স আৰু ১০ জুনৰ সন্ধিয়া ৫ বজাৰপৰা ৭ বজালৈ উইথড্ৰৱেল ৷ ১৫ জুনৰ পৰা ১৮ জুনলৈ চি আৰু বি ডিভিজন খেলুৱৈ পঞ্জীয় ৷ ১৯ জুনৰপৰা চি আৰু বি ডিভিজন ফুটবল লীগ ৷ ১৫ জুলাইৰপৰা এন এন ভট্ট নকআউট ফুটবল টুৰ্নামেণ্ট ৷ ১৫ৰপৰা ২০ জুলাইলৈ এ আৰু ছুপাৰ ডিভিজন লীগৰ খেলুৱৈ পঞ্জীয়ন৷ ২২ জুলাইৰ পৰা এ ডিভিজন ফুটবল লীগ অনুষ্ঠিত হ’ব৷

এই সকলো খেল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ ছুপাৰ ডিভিজন আৰু বৰদলৈ ট্ৰফীৰ লগতে প্ৰথমবাৰৰ বাবে আয়োজন হ’ব লগা আন্তঃক্লাব মহিলা ফুটবল লীগ, অনুৰ্ধ ১৩ আৰু ১৬ লীগ তথা স্কুল লীগৰ সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি জনাইছে সন্থাই ৷

Previous Post

ৰকিবুল হুছেইনৰ পদত্যাগৰ বাতৰি এক ‘অপপ্ৰচাৰ’!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান

গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান

গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8