• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 5, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, ক্ৰাইম
1 min read
0
হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!
Share on FacebookShare on Twitter

দক্ষিণ কোৰিয়াৰ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত হিজাব পৰিধান নকৰাৰ বাবেই ইৰানৰ তেহৰানত থকা গৃহ উচ্ছেদ কৰা হ’ল এজন খেলুৱৈৰ। ইৰানত মহিলা খেলুৱৈ সকলে শিৰত পৰিধান কৰিব লাগে হিজাব যি পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ কৰা হ’ল পৰ্বতাৰোহী এলনাজ ৰেকাবিৰ বাসগৃহ।

উল্লেখ্য যে, ইৰানত ৰাজহুৱা স্থানত হিজাব পৰিধান নকৰাৰ বাবেই মৰেল পুলিছিঙৰ বলি হৈ মাহচা আমিনি নামৰএগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি লৈছিল আৰু তাৰ পাছতেই উত্তাল হৈ পৰিছিল সমগ্ৰ ইৰাণ। হিজাব পৰিধান নকৰাকৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল সহস্ৰাধিক নাৰী। সেই প্ৰতিবাদৰ অংশ স্বৰূপেই এলনাজ ৰেকাবিয়ে হিজাব পৰিধান নকৰাকৈ অৱতীৰ্ণ হৈছিল দক্ষিণ কোৰিয়াত চলিত বৰ্ষত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত। এই সাহসী পদক্ষেপৰ বাবে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত সমগ্ৰ বিশ্বৰ পৰাই লাভ কৰিছিল সমৰ্থন।

কিন্তু বৰ্তমান ইৰানৰ প্ৰতিবাদী পৰিৱেশ কিছু সুস্থিৰ হোৱাৰ গইণা লৈ ইৰান চৰকাৰে উচ্ছেদ অভিযান চলালে খেলুৱৈ গৰাকীৰ বাসগৃহত। অৱশ্যে হিজাব পৰিধান নকৰা সন্দৰ্ভত আন এক ভাষ্য হে প্ৰদান কৰে খেলুৱৈ গৰাকীয়ে। খেলৰ পূৰ্বে প্ৰয়োজনীয় পোছাক পৰিধান কৰি থকাৰ ব্যস্ততাতহে হিজাব পৰিধান কৰিবলৈ পাহৰি গৈছিল বুলি মন্তব্য আগবঢ়াইছে খেলুৱৈ গৰাকীয়ে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ’ব মহিলাক

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা
অসম

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

January 24, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
Next Post
প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ’ব মহিলাক

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ'ব মহিলাক

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ!

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ!

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

মঙলদৈত অগ্নিকাণ্ডত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8