• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ICC WorldCup: বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
ICC WorldCup: বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ
Share on FacebookShare on Twitter

ICC মহিলা বিশ্বকাপত ভাৰতৰ তৃতীয় বিজয়। আজি বাংলাদেশৰ লগত অনুষ্ঠিত হোৱা মেচত ভাৰতীয় দলটোৱে বাংলাদেশক ১১০ ৰাণত পৰাস্ত কৰে।

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতীয় মহিলা দলটোৱে ৬ খন মেচ খেলি ৩ খনত জয় লাভ কৰিছে। হেমিল্টনত অনুষ্ঠিত হোৱা মেচখনেই আছিল বিশ্বকাপত ভাৰত আৰু বাংলাদেশৰ মহিলা দল দুটাৰ প্ৰথমখন মেচ। টছত জয়ী হৈ ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি বাংলাদেশৰ সন্মুখত ২৩০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ১০ টা উইকেট হেৰুৱাই মাত্ৰ ১১৯ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মেচখনত ভাৰতৰ যশীকা ভাটিয়াক মেন অফ দ্যা মেচৰ বঁটা প্ৰদান কৰা হয়।

মেচখনত ভাৰতীয় দলটোৰ এই বিজয়ৰ লগে লগে ভাৰতে ৬ পইণ্ট অৰ্জন কৰি মহিলা বিশ্বকাপৰ পইণ্ট টেবুলত তৃতীয় স্থানত উপনীত হৈছে। ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনত জয় লাভ কৰিলেই ভাৰতীয় দলটোৱে ছেমি ফাইনেল খেলাৰ সুযোগ লাভ কৰিব।

Previous Post

ছলমান খানলৈ উচ্চ ন্যায়ালয়ৰ সকাহ!

Next Post

টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী

টেট উত্তীৰ্ণ মানেই চাকৰি নহয়ঃ মুখ্যমন্ত্ৰী

গৰীয়সীৰ নতুন সম্পাদক হ’ব ৰীতা চৌধুৰী

গৰীয়সীৰ নতুন সম্পাদক হ’ব ৰীতা চৌধুৰী

বিধানসভাত ওলাল নেমুটেঙা!

বিধানসভাত ওলাল নেমুটেঙা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8