• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা
Share on FacebookShare on Twitter

নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা বিশ্বকাপ-২০২২ৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। ঘোষিত ভাৰতীয় দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে মিতালী ৰাজক। আনহাতে দলটোৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে হৰমনপ্ৰীত কৌৰক। মুঠ ১৫ জনীয়া সদস্যৰে গঠিত ভাৰতীয় দলটোত ৰিচা ঘোষ আৰু তানিয়া ভাটিয়াক উইকেটকিপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইফালে ভাৰতীয় দলটোত জেমাইমা ৰড্ৰিগছ, শিখা পাণ্ডে, হাৰলীন দেওল, ৰাধা যাদৱ, বেদ কৃষ্ণমূৰ্তিৰ দৰে খেলুৱৈয়ে স্থান লাভ নকৰা বিষয়টোৱেও চৰ্চা লাভ কৰিছে। জেমিমাই ইংলেণ্ডত খেলা হাণ্ড্ৰেড আৰু বিগ বেছ লীগত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।
ঘোষিত ভাৰতীয় দলটোত চাব্বিনি মেঘনা, একতা বিষ্ট আৰু চিমৰণ দিল বাহাদুৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছে। টীম ইণ্ডিয়াৰ বিশ্বকাপৰ প্ৰথমখন খেল ৬ মাৰ্চ, ২০২২ ত পাকিস্তানৰ বিৰুদ্ধে হ’ব। তাৰ পিছত দলটোৱে ১০ মাৰ্চত নিউজিলেণ্ড, ১২ মাৰ্চত ৱেষ্ট ইণ্ডিজ, ১৬ মাৰ্চত ইংলেণ্ড, ১৯ মাৰ্চত অষ্ট্ৰেলিয়া, ২২ মাৰ্চত বাংলাদেশ আৰু ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ সৈতে মুখামুখি হ’ব।
ঘোষিত ভাৰতীয় দলটোঃ মিতালী ৰাজ (অধিনায়ক), হৰমনপ্ৰীত কৌৰ (উপ-অধিনায়ক), স্মৃতি মান্ধানা, শেফালী বাৰ্মা, যস্তিকা ভাটিয়া, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকিপাৰ), স্নেহ ৰাণা, ঝুলন গোস্বামী, পূজা বস্ত্ৰকাৰ, মেঘনা সিং, ৰেণুকা সিং ঠাকুৰ, তানিয়া ভাটিয়া (উইকেটকিপাৰ), ৰাজেশ্বৰী গায়কৱাড় আৰু পোনম যাদৱ।

Previous Post

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন

আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8