• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন
Share on FacebookShare on Twitter

এটা ন’ বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। ভাৰতীয় দলৰ ক্ৰিকেটাৰ দীপ্তি শৰ্মাৰ এটা ন’ বলৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাক ২ টা বলত ৩ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে দীপ্তি শৰ্মাৰ বলত এটা ছয় মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ শ্বট গৈ পৰে হৰমনপ্ৰীতৰ হাতত। ভাৰতীয় ক্ৰিকেটাৰসকলে কৰিবলৈ লৈছিল চেলিব্ৰেছন।

ডুপ্ৰিজেও হতাশ মনে ড্ৰেছিং ৰুমলৈ বাট লৈছিল। তেতিয়াই খেলপথাৰত থকা আম্পায়াৰে তেওঁক ৰবলৈ কয়। তৃতীয় আম্পায়াৰৰ সৈতে কথা পতাৰ পাছত ন’বল ঘোষণা কৰে। ৰিপ্লে চোৱাৰ পাছত, ধাৰাভাষ্যকাৰসকলে কয়, তৃতীয় আম্পায়াৰে এটা অতি কঠিন সিদ্ধান্ত লৈছে। অন্তিম বলত দলটোক ১ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে মিড-উইকেটত বলটো মাৰি দলটোক জয়ৰ সোৱাদ দিয়ে।

এই পৰাজয়ৰ লগে লগে সামৰণি পৰে ভাৰতৰ বিশ্বকাপ যাত্ৰা। গুৰুত্বপূৰ্ণ মেচখনত দক্ষিণ আফ্ৰিকাৰ হাতত ৩উইকেটত পৰাস্ত হয় ভাৰত। প্ৰথমে বেট কৰি ভাৰতে ৭ উইকেট হেৰুৱাই নিৰ্ধাৰিত অ’ভাৰত ২৭৪ৰান কৰে। স্মৃতি-মিতালীৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শনে ভাৰতক দিছিল অগ্ৰগতি। বেটিং প্ৰদৰ্শনত উজলি উঠিল ছেফালী বাৰ্মা আৰু হৰমনপ্ৰীত কৌৰ। বিপৰীতে, ভাৰতে বান্ধি দিয়া লক্ষ্যৰ চোঁচা লোৱা দক্ষিণ আফ্ৰিকাই ৭ উইকেট হেৰুৱাই জয় লাভ কৰে।

Previous Post

৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

Next Post

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

নিউজ বুলেটিন

নিউজ বুলেটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8