• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

IPL 2021 Auction:নিলামত নামিব ২৯২ জন খেলুৱৈ, চাওক সম্পূৰ্ণ তালিকা

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in ক্ৰীড়া, বিবিধ, ৰাষ্ট্ৰীয়
1 min read
0
ipl
Share on FacebookShare on Twitter

IPLৰ ১৪সংখ্যক ছীজনৰ বাবে চেন্নাইত ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মিনি অকচনত ২৯২জন খেলুৱৈ নামিব।

এই মিনি অকচনৰ বাবে ১১১৪ খেলুৱৈয়ে নিজৰ নাম ৰেজিষ্টাৰ কৰিছিল।

৮ ফ্ৰেঞ্চাইজীৰ শ্বৰ্টলিষ্ট খেলুৱৈৰ তালিকা জমা কৰাৰ পিছত ২৯২ গৰাকী খেলুৱৈৰ অন্তিমখন তালিকা প্ৰস্তুত কৰা হৈছে, যিসকল মিনি অকচনত নামিব।

BCCIয়ে বৃহস্পতিবাৰে নিশা ইয়াৰ বিষয়ে জনাই কয় যে নিলামীত ২ কোটি টকাৰ মেক্সিমাম বেছ প্ৰাইছ ৰখা হৈছে, য’ত দুই ভাৰতীয় খেলুৱৈ হৰভজন সিং আৰু কেদাৰ যাদৱ আৰু ৮জন বিদেশী খেলুৱৈ গ্লেন মেক্সবেল, ষ্টীভ স্মিথ, শ্বাকিব অল হাছান, মোইন আলী, ছেম বিলিংছ, লিয়াম প্লানকেট, জেছন ৰায় আৰু মাৰ্ক বুড অন্তৰ্ভুক্ত।

নিলামীৰ বাবে ১২ গৰাকী খেলুৱৈক ডেৰ কোটি টকাৰ বেছ প্ৰাইছত ৰখা হৈছে, আনহাতে ১ কোটি টকাৰ বেছ প্ৰাইছত ১১ খেলুৱৈৰ ভিতৰত ২ ভাৰতীয় হনুমা বিহাৰী আৰু উমেশ যাদৱ অন্তৰ্ভুক্ত।

৭৫ লাখ টকাৰ বেছ প্ৰাইছত ১৫ গৰাকী খেলুৱৈ আছে আৰু ইয়াৰ আটাইকেইজনে বিদেশী।

৫০ লাখ টকাৰ বেছ প্ৰাইছত ৬৫ গৰাকী খেলুৱৈ, ইয়াৰে ১৩ গৰাকী ভাৰতীয় আৰু ৫২ গৰাকী বিদেশী অন্তৰ্ভুক্ত।

নিলামীত ১৬৪ গৰাকী ভাৰতীয় খেলুৱৈ, ১২৫ গৰাকী বিদেশী খেলুৱৈ আৰু ৩জন খেলুৱৈ এছ’ছিয়েট দেশ হ’ব।

অষ্ট্ৰেলিয়াৰ বেটছমেন শ্বন মাৰ্ছ, নিউজীলেণ্ডৰ অলৰাউণ্ডাৰ কোৰি এণ্ডাৰছন আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন দ্ৰুত বলাৰ মৰ্নি মৰ্কেলক শ্বৰ্টলিষ্ট কৰা ১৭ গৰাকী খেলুৱৈৰ তালিকাত স্থান দিয়া হৈছে।

আশ্চৰ্যজনকভাৱে, ভাৰতীয় দলৰ প্ৰাক্তন দ্ৰুত বলাৰ এছ শ্ৰীশ্বন্তক (৩৮) খেলুৱৈৰ নিলাম তালিকাত স্থান দিয়া হোৱা নাই।

শ্ৰীশ্বন্তে নিলামৰ বাবে নিজেই পঞ্জীয়ন কৰিছিল আৰু তেওঁৰ আধাৰ মূল্য ৭৫ লাখ টকা ৰাখিছিল।

২০১৩ চনত স্পট ফিক্সিঙত সাঙোৰ খোৱা বাবে বিচিচিআইয়ে শ্ৰীশ্বন্তৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল।

অৱশ্যে, উচ্চতম ন্যায়ালয়ে পিছত তেওঁৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞা বাতিল কৰে।

উল্লেখ্য যে আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৮ টা ফ্ৰেঞ্চাইজিৰ হাতত মুঠ ৬১টা শ্লট খালী আছে।

এই ৬১টা স্থানত ২২জন বিদেশী খেলুৱৈৰ স্থানো খালী আছে।

১০৯৭ গৰাকী পঞ্জীভুক্ত খেলুৱৈৰ ভিতৰৰ পৰা ২৯২ গৰাকী খেলুৱৈক শ্বৰ্টলিষ্ট কৰে য’ত আছে ভাৰতৰ ১৬৪ জন আৰু আন দেশৰ ১২৮ জন খেলুৱৈ।

ইফালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ ছৈয়দ কিৰমাণীৰ ৩১ বছৰীয়া পুত্ৰকো এই তালিকাত স্থান দিয়া হৈছে

Photo: Google

Tags: IPL 2021 AuctionListক্ৰিকেটক্ৰিকেটাৰখেলুৱৈতালিকানিলামী
Previous Post

মিছ ইণ্ডিয়া ২০২০ত ‘ৰাণাৰ-আপ’ৰ খিতাপ অৰ্জন কৰা মান্যাৰ সফলতাৰ আঁৰৰ কাহিনী…

Next Post

প্ৰতিবছৰে ২ অক্টেবৰত গাজীপুৰ সীমান্তত আন্দোলন কৰিব কৃষকসকলে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
farmers protest

প্ৰতিবছৰে ২ অক্টেবৰত গাজীপুৰ সীমান্তত আন্দোলন কৰিব কৃষকসকলে

Himanta Biswa Sarma

কি আছে বাজেটত? বাজেটৰ কেইটামান গুৰত্বপূৰ্ণ ঘোষণা, আহক পঢ়ো

bitter gourd

খাবলৈ তিতা কিন্তু স্বাস্থ্যৰ বাবে মিঠা । জানো আহক উপকাৰিতা....

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8