• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে

নিউজ ডেস্ক by নিউজ ডেস্ক
July 2, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
আঠটা বলৰ অভাৰ! ৪, ৫, ৭, ৪, ৪, ৪, ৬, ১! ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে
Share on FacebookShare on Twitter

ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে। টেষ্ট ক্ৰিকেটত এটা অভাৰত ব্ৰিয়ান লাৰাই সৰ্বাধিক ২৮ ৰাণ সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বাওঁহতীয়া স্পীনাৰ ৰবিন পিটাৰচনক সেইদিনা সৰিয়হ ফুল দেখুৱাইছিল ব্ৰিয়ান লাৰাই। ২০০৩-০৪ বৰ্ষত অনুষ্ঠিত ৱেষ্ট ইণ্ডিছ-দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট খনত এটা অভাৰত চাৰিটা দুই আৰু দুটা ছয় কোবাই সংগ্ৰহ কৰিছিল ২৮ ৰাণ।

কিন্তু আজি অৰ্থাৎ শনিবাৰৰ দিনটো যেন আছিল বুমৰাহৰ। বলেৰে নহয় বেটেৰে চমক দেখুৱালে বুমৰাহে। এটা অভাৰত সংগ্ৰহ কৰিলে ২৯ ৰাণ।  বুমৰাহে অভাৰৰ প্ৰথম বলটোত এটা বাউণ্ডেৰী মাৰিছিল। দ্বিতীয় বলটো ৱাইড, এটা বাউণ্ডেৰীৰ সৈতে। তাৰ পিছত ডেলিভাৰীটো নো-বল হয়। বুমৰাহে সেই বলটো এটা ছয় মাৰিলে। পৰৱৰ্তী ৩ টা বলত (দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ) বুমৰাহে একেৰাহে ৩ টা বাউণ্ডেৰী মাৰিছিল। বুমৰাহে অভাৰৰ পঞ্চম বলত আৰু এটা ছয় মাৰিলে। শেষৰ বলটোত এক ৰাণ লয়। বুমৰাহে ভাৰতীয় ইনিংছৰ ৮৪ তম অভাৰত প্ৰৱেশ কৰিছিল।

ব্ৰডৰ সেই অভাৰত মুঠ ৩৫ ৰাণ সংগ্ৰহ কৰিছিল। যশপ্ৰীত বুমৰাহে আজি ব্ৰায়ান লাৰা, জৰ্জ বেইলী আৰু কেশৱ মহাৰাজৰ অভিলেখ ভংগ কৰে।

Previous Post

শিলচৰ নগৰৰ বিধ্বংসী বানপানীৰ বাবে দায়ী ৬ জন দুষ্কৃতিকাৰী!

Next Post

৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

Related Posts

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক
ক্ৰাইম

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক

June 5, 2023
উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্য়ু হোৱা মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি
ক্ৰাইম

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্য়ু হোৱা মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি

June 3, 2023
Strengthening Healthcare in North East India
সংবাদ

Strengthening Healthcare in North East India

June 2, 2023
Next Post
৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

৬ জুলাইত বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভা

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ তিনি শীর্ষ স্থানপ্রাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ সম্বৰ্ধনা

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ তিনি শীর্ষ স্থানপ্রাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালৰ সম্বৰ্ধনা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8