• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পদক দখলেৰে পুনৰ অসমলৈ গৌৰৱ কঢ়িয়ালে লাভলীনা, অংকুশিতাই

নিউজ ডেস্ক by নিউজ ডেস্ক
December 27, 2022
in ক্ৰীড়া, অসম, ৰাষ্ট্ৰীয়
1 min read
0
পদক দখলেৰে পুনৰ অসমলৈ গৌৰৱ কঢ়িয়ালে লাভলীনা, অংকুশিতাই
Share on FacebookShare on Twitter

ষষ্ঠ এলীট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই স্বৰ্ণ পদক লাভ কৰি পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। লাভলীনাৰ লগতে অংকুশিতা বড়োৱেও প্ৰতিযোগিতাখনত লাভ কৰে ৰূপৰ পদক। মধ্যপ্ৰদেশৰ ভূপালত যোৱা ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ ডিচেম্বৰত সামৰণি পৰে।

প্ৰতিযোগিতাত ৭০ ৰ পৰা ৭৫ কেজি ওজন শাখাৰ মিডল ৱেইটৰ ফাইনেলত লাভলীনাই এছ এছ চি বিৰ অৰুদতি চৌধুৰীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ।

আনহাতে ৬৩ ৰ পৰা ৬৬ কেজি ওজন শাখাৰ ৱেল্টাৰ ৱেইটৰ ফাইনেলত মধ্যপ্ৰদেশৰ মঞ্জু বাম্ববৰীয়াৰ বিৰুদ্ধে পৰাস্ত হৈ ৰূপৰ পদক অৰ্জন কৰে অংকুশিতা বড়োৱে। অসম বক্সিং সন্থাৰ সম্পাদক তথা বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কলিতাই দুয়োগৰাকী খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰিছে।

Previous Post

বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Next Post

পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

বাতিল হ’ব চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ভৰিব লাগিব অত্যাধিক জৰিমনা

বাতিল হ’ব চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ভৰিব লাগিব অত্যাধিক জৰিমনা

কালমণি নৈত পুনৰ জাৱৰ – যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

কালমণি নৈত পুনৰ জাৱৰ - যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8