• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in ক্ৰীড়া, গুৱাহাটী
1 min read
0
জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু মিডিয়া ছুপাৰ কিংছৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত ১০ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হ’ল এক প্ৰীতি ক্ৰিকেট মেচ৷ মেচখনত মিডিয়া ছুপাৰ কিংছে ১৪ ৰাণত পৰাস্ত কৰে জনসংযোগ বিভাগ (ডি আই পি আৰ) ক ৷ ১৫ অভাৰৰ মেচখনত প্ৰথমে বেট ধৰি মিডিয়া ছুপাৰ কিংছে ৮ টা উইকেটত সংগ্ৰহ কৰে ১২৩ ৰাণ ৷ দলৰ এই ৰাণ সংখ্যাৰ মূলতে আছিল অপেনাৰ কমলেশ বৰ্মনৰ অৰ্ধশতক। তেওঁ ৩৮ টা বলৰ সন্মুখীন হৈ ২ টা ছিক্সাৰ আৰু ৭ টা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰাণ কৰে ৷ বিশ্বজিৎ ডেকাই ২০ টা বলত ৬ টা বাউণ্ডেৰীৰ সহায়ত কৰে ৩২ ৰাণ ৷

পাপ্লু ডেকাই ১৪ আৰু অধিনায়ক বিশ্বজিৎ দাসে অপৰাজিত ৩ ৰাণ কৰে৷ প্ৰতিপক্ষৰ মজবুল হুছেইনে ৩ অভাৰত ২১ ৰাণ ব্যয় কৰি দখল কৰে ৫ টা উইকেট ৷ জনসংযোগ বিভাগৰ জিতুমণি দাসৰ বলত মিডিয়াৰ পাপ্লু ডেকাৰ বেটৰ পৰা অতৰ্কিতে অহা এটা কেটছ অপূৰ্ব দক্ষতাৰে ফিল্ডাৰ পিং কং ৰেজা আজহাৰীয়ে আয়ত্ত কৰি সকলোকে চমকিত কৰে ৷ প্ৰত্যুত্তৰত জনসংযোগ বিভাগে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰে ৷ দলৰ হৈ ৰাজু কলিতাই ৩৬, জিতুমণি দাসে অপৰাজিত ২৩ আৰু অপেনাৰ সঞ্জয় কাশ্যপে ১৬ ৰাণৰ বৰঙণি যোগায়৷ দলৰ অধিনায়ক ইফতিখাৰ জামানে ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১ ৰাণ কৰে ৷ বলিঙত মিডিয়াৰ হৈ হিমাংশু অনুপমে ২ টা আৰু নৱজ্যোতি গোহাঁইয়ে ১ টা উইকেট দখল কৰে৷ জনসংযোগ দলৰ ২ জনকৈ বেটাৰ ৰাণ আউট হয়৷ বিজয়ী দলৰ হৈ অৰ্ধশতক সংগ্ৰহ কৰা কমলেশ বৰ্মনে লাভ কৰে মেন অৱ দা মেচৰ ট্ৰফী৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু দৈনিক ‘গণ অধিকাৰ’ কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰ।

Previous Post

শংকৰদেৱ কলাক্ষেত্ৰত শ্বিলং বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ সম্পন্ন

Next Post

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

Related Posts

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
চাইবাৰ যুদ্ধ! ৰাছিয়াৰ দ্বাৰা ইউক্ৰেইনৰ অফিচিয়েল ৱেবছাইট হেক
ক্ৰাইম

ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ!

September 29, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
গুৱাহাটী

নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ দুৰ্ঘটনা

September 28, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীৰ আঠগাঁৱত মৃতদেহ উদ্ধাৰ!

September 28, 2023
নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ NCCৰ ২০ জনী গাৰ্লছ কেডেটে
সংবাদ

নতুন দিল্লীত গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব গুৱাহাটীৰ NCCৰ ২০ জনী গাৰ্লছ কেডেটে

September 26, 2023
গুৱাহাটী বিমানকোঠৰ অন্তৰ্দেশীয় কাৰ্গো ভৱনৰ পৰা যোৱা তিনিমাহত প্ৰায় ১০০০ মেট্ৰিকটন সামগ্ৰীৰ আমদানি-ৰপ্তানি
সংবাদ

গুৱাহাটী বিমানকোঠৰ অন্তৰ্দেশীয় কাৰ্গো ভৱনৰ পৰা যোৱা তিনিমাহত প্ৰায় ১০০০ মেট্ৰিকটন সামগ্ৰীৰ আমদানি-ৰপ্তানি

September 26, 2023
Next Post
গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8