• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মীৰাবাই চানুৱে দেশক দিলে Commonwealth Games ২০২২ ৰ প্ৰথমটো সোণৰ পদকৰ সোৱাদ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 31, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়
1 min read
0
মীৰাবাই চানুৱে দেশক দিলে Commonwealth Games ২০২২ ৰ প্ৰথমটো সোণৰ পদকৰ সোৱাদ
Share on FacebookShare on Twitter

ভাৰোত্তোলক মীৰাবাই চানুৱে Commonwealth Games ২০২২ ত ৪৯ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। প্ৰণিধানযোগ্য যে, বাৰ্মিংহামত অনুষ্ঠিত Commonwealth Gamesত ভাৰতৰ প্ৰথম সোণৰ পদকটো কঢ়িয়াই আনিলে মনি পুৰৰ মীৰাবাই চানুৱে। একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক জিকিবলৈ সক্ষম হোৱা মীৰাবাইয়ে টকিঅ’ অলিম্পিকতো পদক জিকিছিল। 

ভাৰতে এতিয়ালৈকে কমনৱেলথ গেমছত তিনিটা পদক জিকিছে আৰু তিনিওটা পদক ভাৰোত্তোলনত আহিছে। ৩০ জুলাইত (শনিবাৰে) সংকেত মহাদেৱ সাৰ্গৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম ওজনৰ শাখাত ৰূপৰ পদক অৰ্জন কৰে। তাৰ পিছত, গুৰুৰাজ পূজাৰীয়ে ৬১ কিলোগ্ৰাম ওজন শ্ৰেণীত ব্ৰঞ্জৰ পদক জিকিছিল। কমনৱেলথ গেমছৰ ইতিহাসত ভাৰোত্তোলনত এইটো ভাৰতৰ ১২৮ তম পদক। 

Previous Post

সুখবৰঃ ৫-০ ব্যৱধানত প্ৰতিদ্বন্দীক পৰাস্ত কৰি জয়ৰ যাত্ৰা আৰম্ভ কৰিলে লাভলীনাই

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজনীতি

APSC কেলেংকাৰীত জড়িত ৩২জন ৰাজপত্ৰিত বিষয়াক আটক

November 22, 2023
সংবাদ

আজাৰাত আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আৰম্ভ

November 22, 2023
এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!
সংবাদ

এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!

November 21, 2023
মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
উত্তৰ পূৰ্বাঞ্চল

মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

November 21, 2023
উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!
সংবাদ

উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!

November 18, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

‘মন কী বাত’ৰ ৯১তম খণ্ডত আজি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

‘মন কী বাত’ৰ ৯১তম খণ্ডত আজি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8