• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰাজয়তকৈও গুৰুত্বপূৰ্ণ হৈছে, জয়ৰ বাবে চেষ্টা নকৰাটোঃ শশী থাৰুৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 11, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
টি-২০ বিশ্বকাপঃ ইংলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত পৰাজয়!
Share on FacebookShare on Twitter

টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পাছতে সামজিক মাধ্যমত সমালোচনাৰ জোৱাৰ উঠিছে। প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ লোকে টীম ইণ্ডিয়াৰ এই সহজ আত্মসমৰ্পণক যেন সহজ ভাৱে ল’ব পৰা নাই।

কংগ্ৰেছ সাংসদ শশী থাৰুৰেও টীম ইণ্ডিয়াৰ এই পৰাজয়ক সহজ ভাৱে লোৱা নাই। তেওঁ টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতে ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাতো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈছে ভাৰতে জয়ৰ বাবে চেষ্টা নকৰাটো।

I don’t mind India losing: victory & defeat are part of sports. But I do mind India not showing up today. #T20WorldCup

— Shashi Tharoor (@ShashiTharoor) November 10, 2022

উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে প্ৰথমে বেটিং কৰি ৬ উইকেট হেৰুৱাই ২০ অভাৰত ১৬৮ ৰাণ সংগ্ৰহ কৰে। আনহাতে, ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ১৬ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ লগে লগে ইংলেণ্ড প্ৰৱেশ কৰে প্ৰতিযোগিতাৰ ফাইনেলত। প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব ইংলেণ্ড আৰু পাকিস্তানৰ মাজত।

Previous Post

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

Next Post

JNUত দুই ছাত্ৰ গোটৰ মাজত পুনৰ সংঘাত!

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই
ৰাজনীতি

অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই

September 30, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ
প্ৰযুক্তি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 29, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ
ৰাজনীতি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 28, 2023
Next Post
JNUত দুই ছাত্ৰ গোটৰ মাজত পুনৰ সংঘাত!

JNUত দুই ছাত্ৰ গোটৰ মাজত পুনৰ সংঘাত!

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8