• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
November 15, 2022
in ক্ৰীড়া, অসম, ৰাষ্ট্ৰীয়
1 min read
0
ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি
Share on FacebookShare on Twitter

অসম এথলেটিকছ সন্থাৰ উদ্যোগত ১১নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৩৭সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ বুধবাৰে সফল সামৰণি পৰে। গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশগ্ৰহন কৰে।  ১৪,১৬,১৮,২০ অনুৰ্ধ্ব বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত হাৰিয়ানাই সৰ্বমুঠ ৪৭৮ পইন্টেৰে চেম্পিয়ন দলৰ খিতাপ লাভ কৰে।

চেম্পিয়ন দলৰ লগতে হাৰিয়ানাই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে লৰাৰ ১৮ আৰু ২০ বছৰ অনুৰ্ধ্ব শাখাৰ লগতে ছোৱালীৰ ১৪,১৬ আৰু ১৮ আৰু ২০বছৰ অনুৰ্ধ্ব শাখাৰ শ্ৰেষ্ঠ দলৰ খিতাপো হাতত তুলি লয়। আনহাতে প্ৰতিযোগিতাৰ শেষৰ দিনটোত পুৰুষৰ ২০বছৰ অনুৰ্ধ্ব শাখাৰ ত্ৰিপল জাম্পত ১৫.৫৭মিটাৰ জপিয়াই অসমৰ জংছাৰ বসুমতাৰীয়ে লাভ কৰে ব্ৰঞ্জৰ পদক। সামৰণি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি সকলে পদক বিজয়ী খেলুৱৈসকলক পদকসমূহ প্ৰদান কৰে। এই প্ৰতিযোগিতাত অসমৰ ৬৫ জনীয়া এথলীটৰ দলে অংশগ্ৰহন কৰিছিল। ইপিনে এই প্ৰতিযোগিতাত বহুকেইগৰাকী নতুন এথলীটে ভিন্ন ইভেন্টত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।

Previous Post

শিশু দিৱস উপলক্ষ্যে টপচেম চিমেণ্টৰ বিশেষ পদক্ষেপ

Next Post

গুৱাহাটীত মন পখিলাৰ উদ্যোগত ‘উদ্যমীতা’ শীৰ্ষক কৰ্মশালা সম্পন্ন

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
Next Post
গুৱাহাটীত মন পখিলাৰ উদ্যোগত ‘উদ্যমীতা’ শীৰ্ষক কৰ্মশালা সম্পন্ন

গুৱাহাটীত মন পখিলাৰ উদ্যোগত 'উদ্যমীতা' শীৰ্ষক কৰ্মশালা সম্পন্ন

ভুৱা ঔষধঃ ৮ কোটি টকা মূল্যৰ নকল কৰ্কট ৰোগৰ ঔষধ জব্দ

ভুৱা ঔষধঃ ৮ কোটি টকা মূল্যৰ নকল কৰ্কট ৰোগৰ ঔষধ জব্দ

নিউ গুৱাহাটীত ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক জব্দ!

নিউ গুৱাহাটীত ৰে’লৱেৰ সামগ্রী ভৰ্তি ট্রাক জব্দ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8