• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হাৰিয়ানাত ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী; অসমৰ পুৰুষ কাবাডী দল ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 8, 2022
in ক্ৰীড়া, অসম, ৰাষ্ট্ৰীয়
1 min read
0
হাৰিয়ানাত ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী; অসমৰ পুৰুষ কাবাডী দল ঘোষণা
Share on FacebookShare on Twitter

২১ জুলাইৰ পৰা ২৬জুলাইলৈ হাৰিয়ানাৰ চাৰখী দাদৰীত অনুষ্ঠিত হ’বলগীয়া ৬৯ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ কাবাডী চেম্পিয়নশ্বিপত অংশগ্ৰহনৰ বাবে আজি ৩ জন ষ্টেণ্ডবাই সহ অসমৰ ১৫জনীয়া পুৰুষ দলটো ঘোষণা কৰে অসম কাবাডী সন্থাই। বাছনিপ্ৰাপ্ত খেলুৱৈসকল ক্ৰমে আব্দুল আৰীফ, আচিম ইকবাল( নগাঁও), দীপজ্যোতি পাঠক(সোনাপুৰ), সুৰুজ তামুলী, গৌতম গগৈ ( চৰাইদেউ), খাংম্পী ৱাংপান , যুগল সন্দিকৈ( ডিব্ৰুগড়),  দীপজ্যোতি দাস( তিনিচুকীয়া), মুকিবুৰ ৰহমান, মবিড হুছেইন ( মৰিগাঁও), আমিড নাৰ্জাৰী( শালবাৰী), চানিদুল ইচলাম( চাপৰ) আৰু ষ্টেণ্ডবাই খেলুৱৈসকল ক্ৰমে জুবিন ডেকা ( নলবাৰী), সৌৰভ মিলি( ডিব্ৰুগড়) আৰু চাহিল আহমেদ( নগাঁও)। বাছনিপ্ৰাপ্ত দলটোৱে বৰ্তমান ১২ দিন এ আই এছ প্ৰশিক্ষক ওহিদুজ জমান আৰু দময়ন্তী বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰিব।

অসম দলটো গঠনৰ বাবে খেলুৱৈ নিৰ্বাচন প্ৰক্ৰিয়া নগাঁও ক্ৰীড়া সন্থাৰ সহযোগত নগাওঁত অনুষ্ঠিত হয়।বাছনিপ্ৰাপ্ত দলটোৱে নগাঁওত ১২ দিন প্ৰশিক্ষণ গ্ৰহন কৰিব বুলি জানিবলৈ দিয়াৰ লগতে এইবাৰ অসম দলত এজনো বহিঃৰাজ্যৰ খেলুৱৈ অন্তৰ্ভূক্ত হব নোৱাৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অসম অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠীয়ে।

Previous Post

ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক দুৰ্বৃত্তৰ আক্ৰমণ, গুলীবিদ্ধ!

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক দুৰ্বৃত্তৰ আক্ৰমণ, গুলীবিদ্ধ!

মুখ্যমন্ত্ৰী নিজে খিলঞ্জীয়া হয় নে? আব্দুল খালেকৰ কটাক্ষ!

মুখ্যমন্ত্ৰী নিজে খিলঞ্জীয়া হয় নে? আব্দুল খালেকৰ কটাক্ষ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8