ভাৰতৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ চোপ্ৰাই মঙলবাৰে ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছত নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।
![](https://headline8.com/wp-content/uploads/2022/06/9e483dacd4053822cd313bcfa6e4b9a3_original-300x225.webp)
২৪ বছৰীয়া খেলুৱৈজনে ৮৯.৩০ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰে। তেওঁ ২০২১ চনৰ মাৰ্চ মাহত ৮৮.০৭ মিটাৰ থ্ৰোৰে পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।