• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি Commonwealth Games ৰ ৰিঙত নামিব অসমৰ শিৱ থাপা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 29, 2022
in ক্ৰীড়া, অসম, আন্তৰ্জাতিক, সংবাদ
1 min read
0
আজি Commonwealth Games ৰ ৰিঙত নামিব অসমৰ শিৱ থাপা
Share on FacebookShare on Twitter

শুভাৰম্ভ হ’ল Commonwealth Games ২০২২। গেমছৰ প্ৰথম দিনটোত ভাৰতৰ বক্সাৰ, মহিলা ক্ৰিকেটাৰ, মহিলা হকী, টেবুল টেনিছ, স্কোৱাছ, ট্ৰাইথ্ৰেলন, লনবল, চাইক্লিং খেলত অংশ ল’ব। ইয়াৰ মাজতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতবৰ্ষৰ তাৰকা বক্সাৰ অসমৰ শিৱ থাপালৈ। অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই গেমছৰ প্ৰথম দিনাৰ খেলত পাকিস্তানৰ সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ছুলেমান বালটছৰ বিৰুদ্ধে ৬৩.৫ কেজি শাখাৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’ব। লগতে আজি লনবলত অসমৰ নয়নমনি শইকীয়া আৰু মৃদুল বৰগোঁহাইৰো খেল আছে।

সমান্তৰালভাৱে ভাৰতীয় মহিলা ক্ৰিকেট দলে গ্ৰুপ লীগৰ খেলত শক্তিশালী কেংগেৰু বাহিনীৰ মুখামুখি হ’ব। ভাৰতীয় মহিলা হকী দলে ঘানাৰ বিৰুদ্ধে খেলিব। সেই দৰে প্ৰথম দিনটোতে চাইক্লিং, টেবুল টেনিছ, ট্ৰাইথ্ৰেলন, লনবল, স্কোৱাছ ইভেন্টত ভাৰতীয় দলৰ খেলুৱৈয়ে অংশ ল’ব।

Previous Post

অসমৰ ৪ খন টোল গেট অবৈধ! পেলোৱা হ’ব ভাঙি!

Next Post

ইংৰাজী মাধ্যমত হ’ব সাধাৰণ বিজ্ঞান আৰু গণিতৰ পাঠদান! নাথাকিব ছোৱালী বিদ্যালয়

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকলৈ টেবলেট! প্ৰাদেশিকীকৰণ আৰু একত্ৰিকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

ইংৰাজী মাধ্যমত হ’ব সাধাৰণ বিজ্ঞান আৰু গণিতৰ পাঠদান! নাথাকিব ছোৱালী বিদ্যালয়

ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান IPS অমিতাভ ৰঞ্জন

ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান IPS অমিতাভ ৰঞ্জন

বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত! পাইলট নিহত

বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত! পাইলট নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8