• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল সৌৰভ গাংগুলী

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2021
in ক্ৰীড়া, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল সৌৰভ গাংগুলী
Share on FacebookShare on Twitter

চিকিৎসালয়ৰ পৰা ৰিলিজ পালে সৌৰভ গাংগুলীয়ে। ক’ৰোনাত আক্ৰান্ত হোৱা গাংগুলীৰ ৰিপ’ৰ্ট শেহতীয়াকৈ নিগেটিভ আহিছে। নতুনকৈ জ্বৰ, চৰ্দি নাই লগতে অক্সিজেনৰ মাত্ৰাও নিয়ন্ত্ৰণাধীন। বৰ্তমান ক্ৰিকেটাৰজনৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। ঘৰলৈ উভতি গাংগুলীয়ে থাকিব লাগিব হোম আইছ’লেচনত।
জনা গৈছে যে, গাংগুলীক এণ্টিবডী ককটেইল দিয়া হৈছিল আৰু ইয়েই যথেষ্ট সুফল দিয়া বুলি মন্তব্য চিকিৎসকৰ। অৱশ্যে সময় মতে ভিটামিন আৰু থেৰাপি চলিব গাংগুলীৰ। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অক্সিজেন, ব্লাড প্ৰেছাৰ আদি পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিছে চিকিৎসকে। এই সময়ত তেওঁক প্ৰটিনসমৃদ্ধ খাদ্য খাবলৈ দিয়া হৈছে।

Previous Post

নতুন বছৰৰ প্ৰথম দিনটোত মহানগৰীৰ বাসিন্দা হিচাপে আপুনি যাব পৰা দহখন ঠাই

Next Post

২০২২ বৰ্ষতো আপোনাৰ কেনে যাব?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২০২২ বৰ্ষতো আপোনাৰ কেনে যাব?

২০২২ বৰ্ষতো আপোনাৰ কেনে যাব?

অসমৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে…..

অসমৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে.....

ভাল খবৰঃ ‘ফৰ্বছ’ৰ তালিকাত অভিনেতা আদিল হুছেইন

ভাল খবৰঃ 'ফৰ্বছ'ৰ তালিকাত অভিনেতা আদিল হুছেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8