• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শ্ৰীলংকাৰ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে ICC প্লেয়াৰ অফ দা মান্থ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক
1 min read
0
শ্ৰীলংকাৰ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে ICC প্লেয়াৰ অফ দা মান্থ
Share on FacebookShare on Twitter

শ্ৰীলংকাৰ খেলুৱৈ এঞ্জেলো মেথিউজক এটা সুন্দৰ ইনিংছৰ বাবে আইচিচিয়ে প্লেয়াৰ অফ দা মান্থ (ICC Player of the Month) ঘোষিত কৰিছে। তেওঁ এই পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী শ্ৰীলংকাৰ খেলুৱৈ। তেওঁ নিজৰ দেশৰ অচিতা ফাৰ্নাণ্ডো আৰু বাংলাদেশৰ মুশফিকৰ ৰহিমক অতিক্ৰম কৰি এই সন্মান লাভ কৰিছে। বাংলাদেশৰ বিৰুদ্ধে ২ খন খেলৰ শৃংখলাত ৩৪৪ ৰাণ সংগ্ৰহ কৰি মেথিউছ সৰ্বাধিক সংগ্ৰহকাৰী আছিল। এই সময়ছোৱাত, তেওঁ ২ টা শতক অৰ্জন কৰিছিল আৰু ১৯৯ৰাণৰ এটা ইনিংছ খেলিছিল। মহিলা শ্ৰেণীত পাকিস্তানৰ লেগ স্পিনাৰ টুবা হাছানে এই বঁটা লাভ কৰে।

শ্ৰীলংকাৰ জ্যেষ্ঠ খেলুৱৈ এঞ্জেলো মেথিউছে চিটাগঙত খেলা প্ৰথমখন টেষ্টত ১৯৯ ৰাণ সংগ্ৰহ কৰিছিল। একে সময়তে, মিৰপুৰত অনুষ্ঠিত দ্বিতীয় টেষ্টত তেওঁ ১৪৫ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল। নিজাববীয়াকৈ শ্ৰীলংকাই শৃংখলাটো দখল কৰিছিল আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ তালিকাৰ চাৰি নম্বৰ স্থান লাভ পৰিছিল। তেওঁ বেটিং ৰেংকিঙত ১৫ টা স্থান ওপৰলৈ গৈছিল।

Previous Post

প্ৰায় তিনিঘণ্টীয়া জেৰাৰ অন্তত, ইডিৰ কাৰ্যালয়ৰ পৰা উভতিল ৰাহুল গান্ধী

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা
অসম

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

January 24, 2023
মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা
অসম

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

January 17, 2023
এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ
ব্যৱসায়

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

January 13, 2023
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক
ৰাজনীতি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক

January 6, 2023
৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ
সংবাদ

৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ফুটবলৰ মহানায়ক পেলেৰ

December 30, 2022
পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই
ক্ৰাইম

পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

December 27, 2022
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

মহানগৰীত ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু

আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!

আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8