• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যৰ প্ৰতিখন জিলাতে হ’ব ষ্টেডিয়ামঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in ক্ৰীড়া, অসম, ৰাজনীতি, সংবাদ
0
ৰাজ্যৰ প্ৰতিখন জিলাতে হ’ব ষ্টেডিয়ামঃ মুখ্যমন্ত্ৰী
Share on FacebookShare on Twitter

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত অনুন্নত আন্তঃগাঁথনিলৈ অতি শীঘ্ৰেই আহিব পৰিৱৰ্তন। ৰাজ্যৰ প্ৰতিখন জিলাতে নিৰ্মান হ’ব ষ্টেডিয়াম। ইয়াৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব একোখন ষ্টেডিয়াম। আনহাতে লাভলীনা বৰগোহাঁইৰ জন্মস্থান বাৰমুখীয়াত ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এখন ষ্টেডিয়াম। কেৱল সেইয়াই নহয়, প্ৰতিভা সন্ধানৰ বাবেও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। লগতে তেওঁ উল্লেখ কৰে যে, শেহতীয়াকৈ ৰাজ্যত এক ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ খালী হৈ থকা পদসমূহত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাসকলক যোগ্যতা অনুযায়ী নিযুক্তি দিয়া হ’ব। শিক্ষাৰ দৰে ক্ৰীড়াৰ জৰিয়তেও নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি, তেনে এক পৰিবেশ অসমত গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সকলোলৈ অনুৰোধ ক্ৰীড়াক অৱহেলা নকৰিব৷ ক্ৰীড়াক উৎকৰ্ষতাৰ এক আহিলা হিছাপে লোৱা উচিত।

Previous Post

IPLৰ কাউণ্টডাউন আৰম্ভ, হাৰ্দিক পাণ্ডিয়া দলৰ অধিনায়ক!

Next Post

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ

দেশত ক’ৰোনাৰ ভয়ংকৰ ৰূপ! আজি সকলো মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

দেশত ক'ৰোনাৰ ভয়ংকৰ ৰূপ! আজি সকলো মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক’ৰোনাত আক্ৰান্ত

ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ক'ৰোনাত আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8