• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in ক্ৰীড়া, অসম, সংবাদ
1 min read
0
মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য
Share on FacebookShare on Twitter

ইউনিফাইড কাৰাটে এচ’ছিয়েশ্বনৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা মালীগাঁও নেতাজী বিদ্যাপীঠত দশম সংখ্যক ৰাজ্যিক যুৱ কাৰাটে চেম্পিয়ন শ্বিপত দক্ষিণ কামৰূপৰ মিৰ্জা নৰ্থ ইষ্ট স্পৰ্টচ্ একাডেমীয়ে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। নৰ্থ ইষ্ট স্পৰ্টচ্ একাডেমীৰ প্ৰশিক্ষক মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি উক্ত খেলত চাব জুনিয়ৰ শাখাত ১০ ৰ পৰা ১১ বছৰ বয়সৰ ৩০ কেজি শাখাৰ হৃষিকেষ কুমাৰে ব্ৰজৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উক্ত খেলত বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক খেলুৱৈ অংশ গ্ৰহণ কৰে। তিনিদিনীয়াকৈ অনু‌ষ্ঠিত হোৱা ৰাজ্যিক যুৱ কাৰাটে চেম্পিয়নশ্বিপত বিশিষ্ট ব্যক্তি হিচাপে ইউনিফাইড কাৰাটে এচ’ছিয়েশ্বনৰ কাৰ্যকৰী সভাপতি শ্বৰ্মিলা ডেকা, সাধাৰণ সম্পাদক নগেন মণ্ডল আদিকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।

Previous Post

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

Next Post

‘ভাৰত জোড়ো যাত্ৰা’ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
‘ভাৰত জোড়ো যাত্ৰা’ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

'ভাৰত জোড়ো যাত্ৰা'ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ

ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8