• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যিক মাষ্টাৰছ এথলেটিকছৰ সফল সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2022
in ক্ৰীড়া, অসম
1 min read
0
ৰাজ্যিক মাষ্টাৰছ এথলেটিকছৰ সফল সামৰণি
Share on FacebookShare on Twitter

অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ ৰাজ্যখনৰ এথলীট সকলৰ অংশগ্ৰহনে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলে। এই ৰাজ্যিক প্ৰতিযোগিতাখনত বাছনি হোৱা খেলুৱৈসকলে অহা ১৬-১৯ জুনত গুজৰাটৰ বদোদ্ৰাত ভাৰতীয় এথলেটিকচ্ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব।

প্ৰতিযোগিতাখনত প্ৰায় ৪০০তকৈও অধিক ইভেন্ট অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত ৮০উৰ্ধ্বৰ খেলুৱৈসকলৰ অংশগ্ৰহনে দৰ্শক হিচাপে উপস্থিত থকা যুৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰি তোলে। বিশেষকৈ খেলত অংশগ্ৰহন কৰি ‘আমাৰ খেল চাই আমাৰ নাতি-নাতিনী খেলিবলৈ ওলাই আহক বুলি ৮০উৰ্ধ্বৰ এথলীট এগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। অসম এথলেটিকচ্ সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিটো পদক্ষেপক প্ৰসংশা কৰি ভিন্ন জিলাৰ পৰা অহা এথলীট সকলে লগতে প্ৰকাশ কৰে যে ‘খেল খেলি পোন প্ৰথমবাৰৰ বাবে ইভেন্ট সমাপ্তিৰ পিছতে মেডেল লাভ কৰিবলৈ সক্ষম হোৱাটো এক ইতিহাসস্বৰূপ বুলি মন্তব্য কৰে এথলীট সকলে।

Previous Post

ঘোচ লৈ নহয়, এইবাৰ ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ ASI

Next Post

মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ৰ সমীপত অগ্নিকাণ্ড

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
Next Post
পুনৰ মহানগৰীত অগ্নিকাণ্ড

মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ৰ সমীপত অগ্নিকাণ্ড

অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃলৈ আবেগিক বাৰ্তা কেকে-ৰ জীয়ৰী তামাৰাৰ

অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃলৈ আবেগিক বাৰ্তা কেকে-ৰ জীয়ৰী তামাৰাৰ

ক’ভিডত আক্ৰান্ত ছোনিয়া গান্ধী!

ক’ভিডত আক্ৰান্ত ছোনিয়া গান্ধী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8