• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
June 26, 2022
in ক্ৰীড়া, অসম, সংবাদ
1 min read
0
এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি
Share on FacebookShare on Twitter

অসম এথলেটিকচ সন্থাৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত এথলেটিকছৰ কাৰিকৰী বিষয়াসকলৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে উদ্বোধন কৰা এই কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ডেৰ শতাধিক এথলেটিকছৰ কাৰিকৰী বিষয়াই অংশগ্ৰহন কৰে।

কৰ্মশালাখনিত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি এথলেটিকচ ফেডাৰেচন অব ইণ্ডিয়াৰ কাৰিকৰী সমিতিৰ অধ্যক্ষ বি ষ্টেনলি জ’নচ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকচ কাৰিকৰী বিষয়া কলকাতাৰ সঞ্জয় ঘোসে অহা নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ কাৰিকৰী বিষয়া সকলে যাতে সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে সেই উদ্দেশ্যৰে অনুষ্ঠিত এই কৰ্মশালাত দুয়োগৰাকী সমল ব্যক্তিৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি উপস্থিত কাৰিকৰী বিষয়া সকলে মন্তব্য প্ৰকাশ কৰে।

Previous Post

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বানাক্ৰান্তক খাদ্য সামগ্ৰী আৰু বিনামূলীয়া ঔষধ প্ৰদান

বানাক্ৰান্তক খাদ্য সামগ্ৰী আৰু বিনামূলীয়া ঔষধ প্ৰদান

২৭ জুনত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ বিজ্ঞানত ৯২.১৯, বাণিজ্যত ৮৭.২৭ আৰু কলাত ৮৩.৪৮শতাংশ উৰ্ত্তীণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8