• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

SXI ৰ ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 26, 2022
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
1 min read
0
SXI ৰ ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ
Share on FacebookShare on Twitter

ছুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, (SXI) ফেডাৰেচন অৱ মটৰ স্পৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া (FMSCI) এক সমৰ্থিত সংস্থা, প্ৰথমখন ছুপাৰক্ৰছ ৰেচিং লীগ আৰম্ভ কৰাৰ একচেটিয়া বাণিজ্যিক অধিকাৰৰ বুজাবুজি চুক্তি প্ত্ৰ প্রদান কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে৷ এই ছুপাৰক্ৰছ ৰেচিং লীগক ভাৰতীয় চুপাৰক্ৰছ ৰেচিং লীগ হিচাপে শিৰোনাম দিয়া হ’ব। ফেডাৰেচন অৱ মটৰ স্পৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া (FMSCI) ভাৰতৰ মটৰস্পৰ্টছৰ নিয়ন্ত্রণকাৰী সংস্থা ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
২০২২ চনৰ ২৪ নৱেম্বৰত পুনেত অনুষ্ঠিত এক অনুষ্ঠানত FMSCIৰ উপ-সভাপতি গৌতম শান্তপ্পা আৰু ছুপাৰক্ৰছ ৰেচিং কমিছনৰ অধ্যক্ষ সুজিত কুমাৰে লীগৰ প্ৰমোটাৰসকলক বুজাবুজি চুক্তি পত্ৰ অৰ্পণ কৰে।

ছুপাৰক্ৰছ (SX) হৈছে মটৰ চাইকেল ৰেচিং খেল, য’ত বিশেষ উচ্চ দক্ষতা সম্পন্ন অফ-ৰোড মটৰ চাইকেল খেল যেনে থিয় জাপ আৰু মাটিৰ ময়লা ট্ৰেকত বাধা অতিক্রম আদি জড়িত হৈ থাকে। আমেৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াত এই খেলবিধ অতিকৈ জনপ্ৰিয় আৰু ই যুৱক-প্ৰজন্মক অতি সহজাতভাৱে আকৰ্ষণ কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ আনুমানিক গ্ল’বেল মটৰস্প’ৰ্টছৰ বজাৰখন ৫ বিলিয়ন মাৰ্কিন ডলাৰ আৰু বিশ্বজুৰি ই ৬% CAGR বৃদ্ধিৰ আশাৰে ৭.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পোৱাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ভাৰতত খেল হিচাপে ছুপাৰক্ৰছে যুৱ, টেক চেভি জনগাঁথনিৰ মাজত বৃহৎ দৰ্শকক আকৰ্ষণ কৰিব। যুৱ জনসংখ্যা, বৃদ্ধি পোৱা আয় আৰু দুঃসাহসিক ক্ৰীড়াৰ প্রতি আকর্ষণ আদিৰ বাবে এই বজাৰখন দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই ক্ৰীড়াৰ বাবে সাজু হৈছে। নতুন আৰু উচ্চাকাংক্ষী ভাৰতীয়গৰাকীয়ে দুঃসাহসিক কৰ্মৰ ৰোমাঞ্চ আৰু ক্ৰীড়াৰ উত্তেজনা ভাল পায়, ছুপাৰক্ৰছে ভাৰতীয়সকলক দুয়োটাৰে নিখুঁত মিশ্ৰণ প্ৰদান কৰিব।
এই উপলক্ষে ভাষণ দি ভাৰতীয় মটৰ স্প’ৰ্টছ ক্লাব ফেডাৰেচনৰ উপ-সভাপতি গৌতম শান্তপ্পাই কয় যে“ফেডাৰেচনে এছএক্সআই দলটোক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু দৃঢ় বিশ্বাস যে তেওঁলোকে এই ক্ৰীড়াক আগুৱাই নিব আৰু ইয়াক নতুন স্তৰলৈ উন্নীত কৰিব। উপ-সভাপতি হিচাপে মই নিশ্চিত যে SXI ই আৰু FMSCIয়ে এটা দল হিচাপে কাম কৰিব আৰু লীগখনক বিপুল সফল কৰি তুলিব।”
ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়াৰ (FMSCI) ছুপাৰক্ৰছ/মট’ক্ৰছ/২ডব্লিউ ৰেচিং কমিছনৰ অধ্যক্ষ সুজিত কুমাৰ ডাঙৰীয়াই কয় যে“মই বিশ্বাস কৰোঁ যে কনিষ্ঠ আয়োজকসকলে এই ক্ৰীড়ালৈ অহাৰ লগে লগে ভৱিষ্যত উজ্জ্বল দেখা গৈছে। মই কব বিচাৰিছো যে এক্স-ৰেচাৰসকলে বিভিন্ন ভূমিকাত খেলখনলৈ ঘূৰি অহাটো বৰ সুখৰ কথা৷ ফেডাৰেচনে SXI দলটোক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু দৃঢ় বিশ্বাস যে তেওঁলোকে এই খেলবিধক আগুৱাই নিব আৰু ইয়াক নতুন স্তৰলৈ উন্নীত কৰিব। মই গৌৰৱেৰে কব পাৰো যে ভাৰতত আমাৰ হাতত বিশ্বৰ ভিতৰতে প্ৰথম ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ আছে।

Previous Post

বনকর্মী পবিত্ৰ হালৈক বন শ্ৰমিক সন্থাৰ আৰ্থিক সাহায্য প্ৰদান; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা

Next Post

বৰঝাৰ বিমানবন্দৰত GIALৰ উদ্যোগত CBRN বিষয়ক দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
বৰঝাৰ বিমানবন্দৰত GIALৰ উদ্যোগত CBRN বিষয়ক দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা

বৰঝাৰ বিমানবন্দৰত GIALৰ উদ্যোগত CBRN বিষয়ক দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8