• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ তিনি দবা খেলুৱৈলৈ বিশ্ব দবা মহাসংঘই আগবঢ়াইছে স্বীকৃতি

নিউজ ডেস্ক by নিউজ ডেস্ক
June 23, 2022
in ক্ৰীড়া, অসম, আন্তৰ্জাতিক
1 min read
0
অসমৰ তিনি দবা খেলুৱৈলৈ বিশ্ব দবা মহাসংঘই আগবঢ়াইছে স্বীকৃতি
Share on FacebookShare on Twitter

বানৰ মাজতে এটা ভাল খবৰ অসমৰ ক্ৰীড়াপ্ৰেমীলৈ! অসমৰ দবা খেলুৱৈলৈ আহিছে স্বীকৃতি৷ অসমৰ আৰ্বিটাৰলৈ বিশ্ব দবা মহাসংঘই আগবঢ়াইছে স্বীকৃতি৷ অসমৰ তিনিজন আৰ্বিটাৰ গুৱাহাটীৰ অৰুণ সিং, প্ৰণৱ কুমাৰ নাথ আৰু শিলচৰৰ ড° চাৰ্বাকলৈ বিশ্ব দবা মহাসংঘই আন্ত:ৰাষ্ট্ৰীয় আৰ্বিটাৰ আৰু ফিডে আৰ্বিটাৰৰ স্বীকৃতি প্ৰদান কৰিছে। বিগত ২৮ এপ্ৰিলত আবু ধাবিত অনুষ্ঠিত প্ৰথম ফিডে কাউঞ্চিল মিটিঙত অৰুণ সিঙৰ আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ খিতাপ আৰু প্ৰণৱ কুমাৰ নাথ আৰু ড° চাৰ্বাকৰ ফিডে আৰ্বিটাৰৰ খিতাপ অনুমোদন কৰে।

বিশ্ব দবা মহাসংঘই যোৱা ৮ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ অৰুণ সিঙক আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ, প্ৰণৱ কুমাৰ নাথ আৰু ড° চাৰ্বাকক ফিডে আৰ্বিটাৰৰ খিতাপ প্ৰদান কৰে। সদৌ অসম দবা সন্থাই গুৱাহাটী দবা সন্থাই এই কৃতিত্বৰ বাবে তিনিওজন আৰ্বিটাৰলৈ অভিনন্দন জনাইছে।

Previous Post

পতন হ’ব উদ্ধৱ থাকৰেৰ চৰকাৰ! চৰকাৰী বাসভৱন ত্যাগ

Next Post

অম্বুবাচী মেলাৰ প্ৰথম দিনটোত ৫০ সহস্ৰাধিক ভক্তৰে মুখৰিত হ’ল কামাখ্য ধাম

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
অম্বুবাচী মেলাৰ প্ৰথম দিনটোত ৫০ সহস্ৰাধিক ভক্তৰে মুখৰিত হ’ল কামাখ্য ধাম

অম্বুবাচী মেলাৰ প্ৰথম দিনটোত ৫০ সহস্ৰাধিক ভক্তৰে মুখৰিত হ'ল কামাখ্য ধাম

ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ গৰম বন্ধঃ ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰম বন্ধ

ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ গৰম বন্ধঃ ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ'ব গৰম বন্ধ

দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী! কিন্তু কোন এই দ্ৰৌপদী মুৰ্মূ?

NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূলৈ কেন্দ্ৰৰ জেড+ শ্ৰেণীৰ নিৰাপত্তা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8