• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাটাৰত আজিৰে পৰা ফুটবলৰ মহাৰণ

বিশ্ব কাপ চাবলৈ সমাগম প্ৰায় ১৫ লাখ ফুটবলপ্ৰেমীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 20, 2022
in ক্ৰীড়া, আন্তৰ্জাতিক
1 min read
0
কাটাৰত আজিৰে পৰা ফুটবলৰ মহাৰণ
Share on FacebookShare on Twitter

কাটাৰত আজিৰে পৰা ফিফা বিশ্ব কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ’ব৷ এইবাৰৰ প্ৰতিযোগিতাৰ খেলসমূহ সমগ্ৰ বিশ্বৰে প্ৰায় পাঁচ কোটি লোকে উপভোগ কৰিব বুলি ফিফাৰ সভাপতি জিয়ানি ইনফেণ্টিনোৱে জানিবলৈ দিয়ে। তেওঁ বিশ্ববাসীক ফুটবলৰ আনন্দ উপভোগ কৰাৰ বাবে আহ্বান জনাইছে৷ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত ইনফেণ্টিনোৱে কয় যে বিশ্ব কাপ সুখ আৰু একতাৰ এক বাৰ্তা হোৱা উচিত৷

উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব কাপ কেইবাটাও দিশৰ পৰা বিশেষ বুলি গণ্য হৈছে৷ কাৰণ, এইবাৰৰ বিশ্ব কাপ আটাইতকৈ ব্যয়বহুল হ’ব৷ প্ৰতিযোগিতাখন মুঠতে ২২০০০ কোটি ডলাৰ ব্যয় হ’ব৷ ২০১৮ চনৰ বিশ্ব কাপত ব্যয় হৈছিল ১৫০০ কোটি ডলাৰ৷ মন কৰিবলগীয়া যে আৰবৰ দেশসমূহত প্ৰথমবাৰৰ বাবে বিশ্ব কাপ ফুটবলৰ আয়োজন কৰা হৈছে৷


লগতে, ফিফা বিশ্ব কাপৰ আয়োজন কৰা কাটাৰ হ’ল প্ৰথমখন মুছলিম বহুল দেশ৷ ২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াই যুটীয়াভাৱে বিশ্ব কাপৰ আয়োজন কৰিছিল৷ ইয়াৰ পাছত দ্বিতীয়বাৰৰ বাবে এছিয়া মহাদেশত বিশ্ব কাপৰ আয়োজন কৰা হৈছে৷ কাটাৰত ১৯৬০ চনত ফুটবল সন্থা স্থাপন কৰা হৈছিল৷
ইয়াৰ তিনি বছৰৰ পাছত দেশখন ফিফাৰ সদস্য হয়৷ ১৯৯০ চনত কাটাৰৰ ফুটবল দলটো বিশ্ব কাপৰ যোগ্যতা অৰ্জন কৰাৰ দিশত আগবাঢ়িছিল যদিও সফল হ’ব নোৱাৰিলে৷ এইবাৰ দলটোৱে প্ৰথমবাৰ বিশ্ব কাপত খেলিব৷ বিশ্ব কাপৰ আয়োজন কৰা কাটাৰ হ’ল বিশ্বৰ আটাইতকৈ সৰু দেশ৷

আনহাতে, বিশ্ব কাপ চোৱাৰ বাবে কাটাৰলৈ সমগ্ৰ বিশ্বৰে প্ৰায় ১৫ লাখ ফুটবলপ্ৰেমীৰ সমাগম হ’ব বুলি আশা কৰা হৈছে৷ সাধাৰণতে বিশ্বকাপ মে’-জুলাইৰ ভিতৰত অনুষ্ঠিত হয়৷ এইবাৰৰ বিশ্ব কাপ অনুষ্ঠিত হ’ব নৱেম্বৰ-ডিচেম্বৰত৷ আন কথাত প্ৰথমবাৰৰ বাবে শীতকালত বিশ্ব কাপৰ আয়োজন কৰা হৈছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজনীতি

APSC কেলেংকাৰীত জড়িত ৩২জন ৰাজপত্ৰিত বিষয়াক আটক

November 22, 2023
সংবাদ

আজাৰাত আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আৰম্ভ

November 22, 2023
ICC য়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক
সংবাদ

ICC য়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক

November 11, 2023
ৰাজনৈতিক অস্থিৰতাৰে জৰ্জৰিত বাংলাদেশ
ৰাজনীতি

ৰাজনৈতিক অস্থিৰতাৰে জৰ্জৰিত বাংলাদেশ

November 8, 2023
নেপালৰ ভূমিকম্পত ৭০ জনকৈ লোকৰ মৃত্যু!
সংবাদ

নেপালৰ ভূমিকম্পত ৭০ জনকৈ লোকৰ মৃত্যু!

November 4, 2023
অসমলৈ আহিছে ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক
ৰাজনীতি

অসমলৈ আহিছে ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যায়েল ৱাংচুক

November 3, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ!

দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ!

ড° অৰুণাভা ভূঞাঁৰ দুটি গীতৰ শ্ৰব্য আৰু ভিডিঅ’ মুকলি

ড° অৰুণাভা ভূঞাঁৰ দুটি গীতৰ শ্ৰব্য আৰু ভিডিঅ’ মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8