• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাৰতীয় অধিনায়ক মিতালী ৰাজৰ বিশ্বৰেকৰ্ড

নিউজ ডেস্ক by নিউজ ডেস্ক
March 19, 2022
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
1 min read
0
ভাৰতীয় অধিনায়ক মিতালী ৰাজৰ বিশ্বৰেকৰ্ড
Share on FacebookShare on Twitter

মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এটা ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰিছে অধিনায়ক মিতালী ৰাজে। বিশ্বকাপত সৰ্বাধিক অৰ্ধশতকৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মিতালীয়ে ৬৩ সংখ্যক অৰ্ধশতক অৰ্জন কৰে। চলিত বৰ্ষৰ এয়া মিতালীৰ প্ৰথমটো অৰ্ধশতক। বিশ্বকাপত সৰ্বাধিক ১২ টা অৰ্ধশতক অৰ্জনৰ বিশ্ব অভিলেখো স্পৰ্শ কৰে মিতালীয়ে। উল্লেখ্য যে, নিউজিলেণ্ডৰ প্ৰাক্তন বেটছমেন ডেবি হকলেৰেই বিশ্বকাপত ১২ টা অৰ্ধশতক অৰ্জন কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন চাৰ্লট এডৱাৰ্ডছকো অতিক্ৰম মিতালীৰ।

বেটছমেন হিচাপে যুটীয়াভাৱে তেওঁ শীৰ্ষস্থানত থাকিলেও এগৰাকী অধিনায়ক হিচাপে বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীৰ অভিলেখ গঢ়িছে মিতালীয়ে। বিশ্বকাপত অধিনায়ক হিচাপে মিতালীৰ এইটো অষ্টম অৰ্ধশতক। দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ছুজী বেটছ। বিশ্বকাপত অধিনায়ক হিচাপে ছুজীৰ বেটৰ পৰা আহিছে ৬টা অৰ্ধশতক।

Previous Post

টেনিছ তাৰকা মাৰিয়া, ফৰ্মুলা ৱান ৰেচাৰ মাইকেলৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

চেংকন

চেংকন

ৰণগৌৰা নাৰ্জাৰী হ’ব ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী

ৰণগৌৰা নাৰ্জাৰী হ'ব ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8