• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এয়াৰটেল পেমেণ্ট বেংক আৰু ইণ্ডুচইণ্ড বেংকৰ অংশীদাৰী ত্বৰান্বিত

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in প্ৰযুক্তি, ব্যৱসায়, ৰাষ্ট্ৰীয়
1 min read
0
এয়াৰটেল পেমেণ্ট বেংক আৰু ইণ্ডুচইণ্ড বেংকৰ অংশীদাৰী ত্বৰান্বিত
Share on FacebookShare on Twitter

এয়াৰটেল পেমেণ্ট বেংকে আজি ইণ্ডুচইণ্ড বেংক (IndusInd Bank)ৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি ফিক্সড ডিপজিট (এফডি) সুবিধা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে এয়াৰটেল পেমেণ্ট বেংকৰ ডিজিটেল বেংকিং পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। গ্ৰাহকসকলে এতিয়া এয়াৰটেল থ্যাংকছ এপ’ৰে এক ছিমলেছ ডিজিটেল জার্নিৰ সৈতে মিনিটৰ ভিতৰত ৫০০ টকাৰ পৰা ১,৯০,০০০ টকালৈকে ফিক্সড ডিপজিট বুক কৰিব পাৰিব।

এই অংশীদাৰিত্বৰ সৈতে, এয়াৰটেল পেমেণ্ট বেংকৰ চেভিং একাউণ্ট গ্ৰাহকে ইয়াৰ সূতৰ হাৰ পাব প্ৰতি বছৰে ৬.৫% লৈকে আৰু জ্যেষ্ঠ নাগৰিকে সকলো ফিক্স ডিপজিতৰ ওপৰত অতিৰিক্ত ০.৫% লাভ কৰিব। গ্ৰাহকসকলে ১,২ বা ৩ বছৰৰ এক নিৰ্দিষ্ট ম্যাদৰ বাবে একাধিক এফডি বুক কৰিব পাৰে। গ্ৰাহকসকলে এফডি ম্যাদপূৰ্তিৰ তাৰিখৰ পূৰ্বে এয়াৰটেল থ্যাংকছ এপ’ৰ জৰিয়তে ভঙোৱাব পৰিব আৰু ইয়াৰ বাবে কোনো পেনাল্টি বা প্ৰচেছিং মাচুল আদায় কৰা নহ’ব। বিনিয়োগ কৰা পৰিমাণটো লিংক কৰা একাউণ্টলৈ মিনিটৰ ভিতৰত ঘূৰাই দিয়া হ’ব।

এয়াৰটেল পেমেণ্ট বেংকৰ মুখ্য সঞ্চালন বিষয়া গণেশ অনন্তনাৰায়ণনে (Ganesh Ananthanarayanan) কয়, ‘ আমাৰ গ্ৰাহকসকলক ফিক্সড ডিপজিট সুবিধা আগবঢ়োৱাৰ বাবে ইণ্ডুচইণ্ড বেংকৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আমি আনন্দিত। সুৰক্ষিত আৰু বিপদাশংকা-মুক্ত বিচৰা গ্ৰাহকসকলৰ বাবে ফিক্সড ডিপজিট হৈছে এক উৎকৃষ্ট বিকল্প বিনিয়োগৰ বিকল্প।’

ইণ্ডুচইণ্ড বেংকৰ ডিজিটেল বেংকিং আৰু ৰণনীতিৰ মুৰব্বী চাৰু মাথুৰ (Charu Mathur)ৰে কয়- ‘ গ্ৰাহকৰ সৈতে মূল বিষয়ৰ ওপৰত বাৰ্তালাপৰ বাবে ইণ্ডুচইণ্ড বেংকে নিৰন্তৰভাৱে প্ৰযুক্তিগত ক্ষমতাৰ ওপৰত গুৰুত্ব দি আহিছে। ইয়াৰ মাজতে গ্ৰাহকক এয়াৰটেল পেমেণ্ট বেংকৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আনন্দিত আৰু ‘এয়াৰটেল থ্যাংকছ’ ম’বাইল এপ্লিকেচনৰ জৰিয়তে গ্ৰাহকক সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে ফিক্সড ডিপজিটৰ সুবিধা প্ৰদান কৰা হ’ব। আমি বিশ্বাস কৰোঁ, এই প্ৰস্তাৱটোৱে সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ মাজত যথেষ্ট সঁহাৰি পাব আৰু তেওঁলোকক তেওঁলোকৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ এক বিস্তৃত সমাধান প্ৰদান কৰিব।’

Previous Post

ৰবীন্দ্ৰ ভৱনত প্ৰাক্তন নিৰ্বাচন আয়ুক্ত চন্দ্ৰ কুমাৰ শৰ্মাৰ জীৱনী মূলক গ্ৰন্থ “জীৱন এষনা” উন্মোচন

Next Post

যাত্ৰীবাহী বাছে মহটিয়ালে কলেজীয়া ছাত্ৰীক, থিতাতে নিহত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
যাত্ৰীবাহী বাছে মহটিয়ালে কলেজীয়া ছাত্ৰীক, থিতাতে নিহত

যাত্ৰীবাহী বাছে মহটিয়ালে কলেজীয়া ছাত্ৰীক, থিতাতে নিহত

ভাল খবৰ : হ্ৰাস হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য

ভাল খবৰ : হ্ৰাস হ'ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য

যুৱতীক ধৰ্ষণৰ অপচেষ্টা : কিন্তু প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছতহে হ’ব তদন্ত !

যুৱতীক ধৰ্ষণৰ অপচেষ্টা : কিন্তু প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছতহে হ'ব তদন্ত !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8