• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ’ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 22, 2022
in প্ৰযুক্তি, উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি
1 min read
0
শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ’ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহৰ ৰাজধানী চহৰ সমূহৰ সৈতে পোনপটীয়াকৈ বিমান চলাচল কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশহিচাপে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ কোনো সুবিধাজনক স্থানত এটা পৰিবেশ অনুকূল বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল। সেই অনুসৰি ২০১৮ চনত ইটানগৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ পাপুমপাৰে জিলাৰ হোলোংগী গাঁৱত বিমানবন্দৰ নিৰ্মাণ কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰৱৰ্তী সময়ত ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলোংগীত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এই মন্তব্য ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যোগানিৰ। ১৯ অক্টোবৰত বৰঝাৰস্থিত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ ভূপেন হাজৰিকা সোঁৱৰণী সভাগৃহত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে সন্মুখ যোগানিয়ে।

সংবাদ মেলত সন্মুখ যোগানিয়ে কয় বিমানবন্দৰটোৰ নিৰ্মাণ কার্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু শেহতীয়া কিছু কাম বাকী আছে। সকলো ঠিকে থাকে থাকিলে অহা কেইদিনমানৰ ভিতৰতে হোলোংগী বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ হব। ইতিমধ্যে কিছুদিন পূৰ্বে বিমানবন্দৰত বিমান সেৱা কোম্পানী “ইণ্ডিগ”য়ে ১৮০ খন আসনযুক্ত “এ ৩২০” শ্ৰেণীৰ বিমানৰ সফলতাৰে অৱতৰণ কার্য সম্পূৰ্ণ কৰিছে। প্ৰায় ৬৪৫ কৌটি টকা ব্যয়ৰে ৬৯৪ ,একৰ মাটিত নিৰ্মাণ কৰা বিমানবন্দৰটোৰ ৰাণৱেৰ দৈৰ্ঘ্য হৈছে ২,৩০০ মিটাৰ। তেনেদৰে যাত্ৰীৰ সুবিধাৰ বাবে উন্নত মানৰ টাৰ্মিনেল বিল্ডিং , পাৰ্কিং , বিমান নিয়ন্ত্ৰণ কক্ষ আদি নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰটোৰ পৰা বিমান সেৱা আৰম্ভ হলে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ সৈতে দেশৰ আন প্ৰান্তৰ পোনপটীয়াকৈ বিমান সংযোগ আৰম্ভ হোৱাৰ লগতে বায়ু যাতায়তৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা আৰম্ভ হব। বিমানবন্দৰটোত সকলো বতৰতে যাতে সুকলমে বিমান চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জনায়।

তেনেদৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত থকা বিমানবন্দৰটোক বিশ্বমানৰ কৰি তোলাৰ লক্ষৰে উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত সন্মুখ যোগানিয়ে তথ্য দাঙি ধৰে। এই সন্দৰ্ভত সন্মুখ যোগানিয়ে কয় বিগত বৰ্ষত প্ৰায় ৫০০ ,কৌটি টকা ব্যয়ৰে ইম্ফল বিমানবন্দৰৰ উন্নীতকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল। ২০২৩ চনৰ ৩১ মাৰ্চত উন্নীতকৰণ আঁচনিৰ কাম সম্পূর্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিমানবন্দৰটোত নিৰ্মাণ কৰা হৈছে ছয় মহলীয়া বিমান নিয়ন্ত্ৰণ কক্ষ। সমান্তৰাল ভাবে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক কাৰ্গ। যাতে দেশ বিদেশৰ যিকোনো বিমানবন্দৰলৈ সুচলভাবে বিমানৰে সা – সামগ্ৰী সৰবৰাহ কৰিব পাৰি। বৰ্তমান বিমানবন্দৰ উন্নীতকৰণৰ কাম প্ৰায় ৬৯ শতাংশ সম্পূৰ্ণ হোৱা বুলি সদৰি কৰে সন্মুখ যোগানিয়ে।

Previous Post

ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি

Next Post

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8