• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিএচএনএল য়ে পুনৰ উপলব্ধ কৰিলে পোষ্টপেড প্লেনৰ আনলিমিটেড সেৱা

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in প্ৰযুক্তি
1 min read
0
bsnl
Share on FacebookShare on Twitter

ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএচএনএল য়ে সলনি কৰিলে ১৯৯ টকাৰ পোষ্টপেড প্লেন ।

এতিয়াৰে পৰা আপুনি পুনৰ লাভ কৰিব এফ ইউ পি বিহীন আনলিমিটেড সেৱা ।

গ্ৰাহকৰ বাবে থকা এফ ইফ পি সেৱা নীতি বন্ধ কৰিছে বিএচএনএল য়ে ।

প্লেন ভাউচাৰ, এচ টি ভি আৰু কম্বো ভাউচাৰ সকলো ক্ষেত্ৰতে গ্ৰাহকৰ সুবিধা হোৱাকৈ উপলব্ধ হ’ব অপৰিসীম সেৱা ।

চলিত বৰ্ষৰ ১০ জানুৱাৰীৰ এই সুবিধা লাভ কৰিব বিএচএনএল ৰ গ্ৰাহকসকলে ।

এই কথা ঘোষণা কৰিছে ভাৰত সঞ্চাৰ নিগম লিমিটেড কৰ্তৃপক্ষই ।

এই প্লেনত থাকিব ২৫ জিবি ডাটা, ৭৫ জিবি পৰ্যন্ত পুনৰ ব্যৱহাৰৰ উপযোগী ডাটা,অপৰিসীম ফোনকল সেৱা আৰু প্ৰতিদিলে ১০০ টা এচ এম এচৰ সুবিধা ।

Tags: bharat sanchar nigam limitedBSNLIndiaPostpaid planবিএচএনএল
Previous Post

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপ পঞ্জীয়কক নিলম্বন

Next Post

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতা চূড়ান্ত, এই ঘোষণা লুৰীণজ্যোতি গগৈৰ

Related Posts

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী
সংবাদ

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

January 17, 2023
বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন
প্ৰযুক্তি

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

January 13, 2023
সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল
প্ৰযুক্তি

সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল

December 12, 2022
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
ৰাজনীতি

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান

December 3, 2022
শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবৰ নাৰ্কো পৰীক্ষা সম্পন্ন!
ক্ৰাইম

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবৰ নাৰ্কো পৰীক্ষা সম্পন্ন!

December 1, 2022
স্থানীয় চেনেল সমূহে কৰিব লাগিব MSOত পঞ্জীয়ন!
প্ৰযুক্তি

স্থানীয় চেনেল সমূহে কৰিব লাগিব MSOত পঞ্জীয়ন!

December 1, 2022
Next Post
Lurinjyoti Gogoi

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতা চূড়ান্ত, এই ঘোষণা লুৰীণজ্যোতি গগৈৰ

ব্ৰেণ্ড এম্বেচাদৰ হ’ল ৰাজকুমাৰ ঠাকুৰীয়া   

ব্ৰেণ্ড এম্বেচাদৰ হ’ল ৰাজকুমাৰ ঠাকুৰীয়া   

cid

SCAM-2021- SI কেলেংকাৰীতকৈ তিনিগুণ বৃহৎ কেলেংকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8