• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in প্ৰযুক্তি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL) কৰ্তৃপক্ষই যান বাহনৰ পৰা নিৰ্গত হোৱা বায়ু প্ৰদূষণ ৰোধ কৰি সমগ্ৰ বিমানবন্দৰ চৌহদক এক প্ৰদূষণমুক্ত সেউজ পৰিবেশলৈ উন্নীতকৰণৰ বাবে এক আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে অলপতো বিমানবন্দৰ চৌহদত ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং কৰাৰ সুবিধাৰ বাবে চাজিং পইণ্ট উদ্ধোধন কৰা হয়। এতিয়াৰ পৰা বিমানবন্দৰলৈ অহা যাত্ৰীসকলে নিজৰ ইলেক্ট্ৰিক বাহন এই স্থানত চাৰ্জ কৰিব পাৰিব।

উল্লেখযোগ্য যে, ইতিমধ্যে GIAL কৰ্তৃপক্ষই ৬ খনকৈ ইলেক্ট্ৰিক বাহন ব্যবহাৰ কৰি আছে। অনতিপলমে বিমান পৰিচালনা বিভাগতো এই বাহন কাৰ্যকৰী কৰা হব। কাৰ্বন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিমানবন্দৰ কৰ্তৃপক্ষই ২০২৪ চনত নিজ লক্ষ্যত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Previous Post

১১ৰ পৰা ১৭ জানুৱাৰীলৈ ৰাজ্যত পথ-সুৰক্ষা সপ্তাহ

Next Post

পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8