• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভুৱা বাতৰি প্ৰচাৰ কৰা বহু কেইটা পোষ্ট আঁতৰালে ফেচবুকে

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in প্ৰযুক্তি
1 min read
0
facebook
Share on FacebookShare on Twitter

ক’ভিড-১৯ সম্পৰ্কীয় সকলো ভুৱা তথ্য আঁতৰাব ফেচবুকে।

ইতিমধ্যেই ফেচবুকে আৰম্ভ কৰিছে অভিযান ।

ক’ভিড ভেকচিন সন্দৰ্ভত প্ৰচাৰিত সকলো ভুৱা তথ্যৰ এখন তালিকা প্ৰস্তুত কৰিছে কৰ্তৃপক্ষই ।

তালিকাভুক্ত সকলো ভুৱা পোষ্ট ডিলিট কৰিব ফেচবুক প্লেটফৰ্মৰ পৰা ।

ক’ভিড মহামাৰীৰ আৰম্ভনিৰ সময়ছোৱাতো বহুতো ভুল খবৰ বিয়পাইছিল একাংশই ।

বৰ্তমান ফেচবুক পোষ্ট নিৰীক্ষণৰ বাবে ফেচবুকে নিয়োগ কৰিছে কেইবাগৰাকী ব্যক্তিক।

ফেচবুকৰ মতে, ক’ভিড-১৯ এক মানৱসৃষ্ট ৰোগ বুলি বহু পোষ্টত উল্লেখ কৰা হৈছে ।

কোৱা হৈছে যে ক’ভিড মহামাৰীৰ সৈতে যুঁজিব পৰাকৈ শক্তিশালী নহয় ক’ভিড ভেকচিন ।

এনেধৰণৰ তথ্যই মানুহৰ মাজত ভুল ধাৰণাৰ সৃষ্টি কৰে,সেইবাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ফেচবুকে ।

Tags: Covid 19covid vaccineFacebookfacebook postক'ভিড-১৯ফেচবুক
Previous Post

আপোনাৰ পাকঘৰৰ এবিধ সাধাৰণ পাচলিয়ে বঢ়াব পাৰে আপোনাৰ সৌন্দৰ্য !

Next Post

ট্ৰাম্পৰ সৈতে কটোৱা ৯০ ছেকেণ্ড জীৱনৰ আটাইতকৈ বেয়া ঘটনা- পৰ্ণ অভিনেত্ৰীৰ ভাষ্য

Related Posts

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী
সংবাদ

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

January 17, 2023
বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন
প্ৰযুক্তি

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

January 13, 2023
সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল
প্ৰযুক্তি

সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল

December 12, 2022
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
ৰাজনীতি

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান

December 3, 2022
শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবৰ নাৰ্কো পৰীক্ষা সম্পন্ন!
ক্ৰাইম

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাবৰ নাৰ্কো পৰীক্ষা সম্পন্ন!

December 1, 2022
স্থানীয় চেনেল সমূহে কৰিব লাগিব MSOত পঞ্জীয়ন!
প্ৰযুক্তি

স্থানীয় চেনেল সমূহে কৰিব লাগিব MSOত পঞ্জীয়ন!

December 1, 2022
Next Post
Donald Trump

ট্ৰাম্পৰ সৈতে কটোৱা ৯০ ছেকেণ্ড জীৱনৰ আটাইতকৈ বেয়া ঘটনা- পৰ্ণ অভিনেত্ৰীৰ ভাষ্য

ধৰ্ষিতা মহিলাই নাজানে সন্তান কাৰ? হৈছিল কি?

ধৰ্ষিতা মহিলাই নাজানে সন্তান কাৰ? হৈছিল কি?

কংগ্ৰেছী নেতাই শোৱাৰ পৰা উঠালৈ ধুতি-লুঙিৰ কথাই চিন্তা কৰেঃ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছী নেতাই শোৱাৰ পৰা উঠালৈ ধুতি-লুঙিৰ কথাই চিন্তা কৰেঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8