• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিমানকোঠত ৰবটীক মেচিনৰে “শীঘ্ৰেই প্ৰস্তুত কৰি প্ৰদান কৰিব পৰা” খাদ্য বিপণিৰ শুভাৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 27, 2022
in প্ৰযুক্তি, গুৱাহাটী
1 min read
0
বিমানকোঠত ৰবটীক মেচিনৰে “শীঘ্ৰেই প্ৰস্তুত কৰি প্ৰদান কৰিব পৰা” খাদ্য বিপণিৰ শুভাৰম্ভ
Share on FacebookShare on Twitter

দিনক-দিনে বৰ্দ্ধিত হোৱা যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত দূৰণিবটীয়া যাত্ৰীসকলৰ সুবিধাৰ্থে, প্ৰস্থান কক্ষৰ সন্মুখত কম সময়তে খাদ্য প্ৰস্তুত কৰি যাত্ৰীসকলক খাদ্যসেৱাৰ যোগান ধৰিব পৰা এখন বিপণিৰ শুভ উদ্বোধন কৰা হয়। বিপণি খনৰ নাম হৈছে ‘পাৰপল ফুডছ’। বহুকেইজন বিমানকোঠ বিষয়-ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত বিপণি খন উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।

বিপণিখন উদ্বোধন কৰি বৰুৱাই ভাষণ সন্দৰ্ভত কয় যে ” কেতিয়াৱা বতৰ বা অনান্য যান্ত্ৰিকগত কাৰণত বিমান উৰণৰ সময়-সীমা সলনি হ’লে যাত্ৰীসকলে খাদ্য সংকটত ভুগিব লগীয়া হয়। সেই সংকটৰ প্ৰতি লক্ষ্য ৰাখি এই বিপণিখন ইয়াত স্থাপন কৰা হৈছে যাতে দূৰণিবটীয়া যাত্ৰীৰ লগতে আন যাত্ৰীসকলেও কম সময়ৰ ভিতৰতে খাদ্য গ্ৰহণ কৰি সুকলমে ইয়াৰপৰা যাত্ৰা কৰিব পাৰে।” এই বিপণি খনে নিঃসন্দেহে বহুতো যাত্ৰীৰ প্ৰাথমিক প্ৰয়োজনীয়তা দূৰ কৰিব পাৰিব বুলিও বিমানকোঠ কতৃপক্ষই আশা প্ৰকাশ কৰিছে।

Previous Post

গুৱাহাটীত দুটি শিশুক অপহৰণ দুৰ্বৃত্তৰ

Next Post

IASSTত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা

Related Posts

সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
বিশ্বনাথৰ কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ডঃ অপৰাধীক কঠোৰ শাস্তিৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ
সংবাদ

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

November 20, 2023
১৭ নবেম্বৰৰ পৰা দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল উদযাপনৰ প্ৰস্তুতি
সংবাদ

১৭ নবেম্বৰৰ পৰা দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল উদযাপনৰ প্ৰস্তুতি

November 16, 2023
Next Post
IASSTত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা

IASSTত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা

আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিংঙৰ দীক্ষান্ত সমাৰোহ

আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিংঙৰ দীক্ষান্ত সমাৰোহ

দীপৰ বিল নাৱেৰে পৰিদৰ্শন কৰিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই

দীপৰ বিল নাৱেৰে পৰিদৰ্শন কৰিলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8