• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ উদ্ভাৱক-অভিযন্তা দম্পতিৰ নতুন উদ্ভাৱন

নিউজ ডেস্ক by নিউজ ডেস্ক
May 30, 2022
in প্ৰযুক্তি, অসম, ব্যৱসায়
1 min read
0
অসমৰ উদ্ভাৱক-অভিযন্তা দম্পতিৰ নতুন উদ্ভাৱন
Share on FacebookShare on Twitter

অসমৰ এহাল উদ্ভাৱক দম্পতি আৰু এজন অভিযন্তাৰ এক চমকপ্ৰদ উদ্ভাৱনে খলকনি লগাইছে আই আই টি গুৱাহাটীত। বাইক আৰু কাৰৰ অসুবিধা আঁতৰাই এক সুন্দৰ আৰ্হিৰে সাজি উলিয়াছে এখন কাৰ। ৰিভাৰ্চ চাইক্লিং কৌশল আৰু বাঁহৰ ফাইবাৰেৰে সাজি উলিয়াইছে G11 নামৰ কাৰখন। আই আই টি গুৱাহাটীৰ ষ্টাৰ্টআপ প্ৰদশনীত এই তিনি চকীয়া সুন্দৰ বাহনখনে দৃষ্টি কাঢ়িছে সকলোৰে। উজ্জাম ইভি মবিলিটি, জাইশ্লুং দৈমাৰী আৰু ৰুটু চাংমাইয়ে বাইক আৰু কাৰৰ ওপৰত পৰীক্ষা চলাই সাজিছে এই নতুন আৰ্হিৰ কাৰ। চালকসহ দুজন বহিব পৰা G11 বাহনে দূৰ কৰিব পথৰ যানজঁটৰ সমস্যাৰ লগতে ইন্ধনৰ খৰছো।

ইনফুলুঠিয়াম বেটাৰীৰে চলা এই সুন্দৰ নেনো গাড়ীখন দেখি অভিভূত আই আই টি সঞ্চালক টি জি সীতাৰাম আৰু কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমনিয়াম জয় শংকৰ। গাড়ীখন দেখি অভিভূত হৈ গাড়ীত বহি ষ্টিয়েৰিঙত হাত বোলাৱাৰ লোভ সামৰিব নোৱাৰিলে  মন্ত্ৰী জয় শংকৰে। গাড়ীত বহিল সঞ্চালক টি জি সীতাৰামো। প্ৰায় পাঁচ লাখ খৰচ হোৱা গাঁড়ীখন বজাৰলৈ তিনি লাখৰ ভিতৰত উলিয়াই দিব বুলি ক’লে উদ্ভাৱক জাইশ্লুং দৈমাৰীয়ে।

অসমৰ উদ্ভাৱক বিজ্ঞানীদ্বয়ৰ উদ্ভাৱনী শক্তিৰে আকাশ চোৱাৰ সপোন সাৰ্থক হোৱাৰ পথত আৰু শীঘ্ৰে বজাৰত মুকলি কৰিব।

Previous Post

NSCN(IM)এ ভাৰত চৰকাৰৰ সৈতে পুনৰ আলোচনা কৰিবলৈ অনিচ্ছুক!

Next Post

দেশক চানি ধৰিছে জালনোটে!

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
Next Post
দেশক চানি ধৰিছে জালনোটে!

দেশক চানি ধৰিছে জালনোটে!

পুনৰ চাৰি বেংকৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ, বিক্ৰী কৰিব বৃহৎ শ্বেয়াৰ

পুনৰ চাৰি বেংকৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ, বিক্ৰী কৰিব বৃহৎ শ্বেয়াৰ

চাৰি ভাৰতীয়সহ ১৯ গৰাকী যাত্ৰীক লৈ নেপালৰ মাজ আকাশত সন্ধানহীন বিমান

চাৰি ভাৰতীয়সহ ১৯ গৰাকী যাত্ৰীক লৈ নেপালৰ মাজ আকাশত সন্ধানহীন বিমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8