• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অপৰিস্কাৰ হৈছে টুইটাৰঃ ন্যায়ালয়

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in প্ৰযুক্তি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
অপৰিস্কাৰ হৈছে টুইটাৰঃ ন্যায়ালয়
Share on FacebookShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰক উদ্দেশ্য কৰি এক বিশেষ মন্তব্য কৰি কয় যে, যদি আপোনালোকে আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউন্ট ব্লক কৰিব পাৰে তেন্তে হিন্দু দেৱ-দেৱীৰ প্ৰতি আপত্তিজনক মন্তব্য কৰা সকলৰ একাউন্ট কিয় বন্ধ কৰিব নোৱাৰে। আপোনালোকৰ কামেই কয় যে সংবেদনশীল দিশ সমূহক আপোনালোকে কিমান গম্ভীৰ ভাৱে লয়”।

উল্লেখ্য যে, কাৰ্যবাহী ন্যায়ধীশ বিপিন সাংঘী আৰু ন্যায়মূৰ্তি নবীন চাৱলাৰ এখন বিচাৰপীঠে মা কালীৰ প্ৰতি আপত্তিজনক মন্তব্য কৰা এক আৱেদনৰ শুনানি কৰে। এই সময়তে ন্যায়ালয়ে টুইটাৰক প্ৰশ্ন কৰে যে আপত্তিজনক মন্তব্য কৰা একাউন্ট সমূহৰ বিৰুদ্ধে আপোনালোকে কি ব্যৱস্থা লৈছে।

টুইটাৰৰ তৰফৰ পৰা থকা অধিবক্তা সিদ্ধাৰ্থ লুথৰাই কয় যে, আপত্তিজনক মন্তব্যসমূহ আঁতৰাই দিয়া হৈছে লগতে এজাহাৰো দাখিল কৰিছে। তেতিয়া ন্যায়ালয়ে কয় যে এনে একাউন্টত সমূহ কিয় ব্লক নকৰে টুইটাৰে। ইয়াৰোপৰি এনে একাউন্ট সমূহ ব্লক কৰাৰ ক্ষেত্ৰত বাখ্যা কৰি উত্তৰ বিচাৰিছে বিচাৰপীঠে। উল্লেখ্য যে, একাংশই টুইটাৰত হিন্দু দেৱ -দেৱী সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল।

Previous Post

বালিমাহী কবি ধনেশ্বৰ ইংতিলৈ পদ্মশ্রী

Next Post

৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

মৰ্মান্তিক! হেডফোনেই কাল হ’ল এগৰাকী যুৱতীৰ

মৰ্মান্তিক! হেডফোনেই কাল হ'ল এগৰাকী যুৱতীৰ

এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!

এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8