• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অপ্প’ৰ সকলো ৫জি ডিভাইচত ৫জি অভিজ্ঞতা লাভ কৰিবলৈ এয়াৰটেল ব্যৱহাৰকাৰীক আদৰণি জনাইছে

নিউজ ডেস্ক by নিউজ ডেস্ক
October 13, 2022
in প্ৰযুক্তি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
অপ্প’ৰ সকলো ৫জি ডিভাইচত ৫জি অভিজ্ঞতা লাভ কৰিবলৈ এয়াৰটেল ব্যৱহাৰকাৰীক আদৰণি জনাইছে
Share on FacebookShare on Twitter

গ্লবেল স্মাৰ্ট ডিভাইচ ব্ৰেণ্ড অপ্প’ ইণ্ডিয়াই অলপতে ঘোষণা কৰে যে, এয়াৰটেলৰ সকলো গ্ৰাহকে অপ্প’ৰ সকলো ৫জি ডিভাইচত এক নিৰবিচ্ছিন্ন ৫জি কানেক্টিভিটিৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। গ্ৰাহকে নিৰবিচ্ছিন্ন ভিডিঅ’ কলিং, ক্লাউডত লেগ ফ্ৰী গেমিং আৰু ইয়াৰ সকলো শ্ৰেণীৰ ৫জি মডেলসমূহত দ্ৰুত ডাটা আপলোড আৰু ডাউনলোডৰ অভিজ্ঞতা লাভ কৰিব আৰু এই আল্ট্ৰাফাষ্ট এয়াৰটেল ৫জি কানেক্টিভিটি উপভোগ কৰিবলৈ গ্ৰাহকে কেৱল নেটৱৰ্ক ছেটিংছত গৈ এয়াৰটেল ৫জিলৈ তেওঁলোকৰ পছন্দৰ নেটৱৰ্ক সলনি কৰিলেই হ’ব।
এই সন্দৰ্ভত অপ্প’ ইণ্ডিয়াৰ উপাধ্যক্ষ তছলীম আৰিফে কয়, “অপ্প’ বিকশিত প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হৈ ব্যৱহাৰকাৰীসকলৰ বাবে জীৱনৰ মানদণ্ড উন্নত কৰিছে। এনে এক উদাহৰণ হৈছে ৫জি, ভাৰতত এই প্ৰযুক্তিৰ বিকাশৰ বাবে আমি প্ৰযুক্তি ইকোছিষ্টেমত উদ্ভাৱন আৰু সহযোগিতাত আমাৰ শক্তিৰ লাভ গ্ৰহণ কৰিছো। সকলোৰে বাবে ৫জিৰ বিকাশৰ বাবে কাম কৰি আছে। এই যাত্ৰাৰ অংশ হোৱাৰ বাবে আৰু কাৰ্যকৰীকৰণৰ ঠিক পিচতেই আমাৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৫জি অভিজ্ঞতা কঢ়িয়াই অনাত আমাৰ সহায় আগবঢ়োৱাৰ বাবে আমি এয়াৰটেলক ধন্যবাদ জনাইছো। ভৱিষ্যতে ৫জিৰ বিকাশৰ সমান্তৰালভাৱে ৫জিৰ দৌৰত আগবাঢ়ি থাকিবলৈ আন উদ্ভাৱনৰ ওপৰত আমাৰ শক্তি কেন্দ্ৰীভূত কৰি যাম।“

এই সহযোগিতা সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ কনজিউমাৰ বিজনেছৰ সঞ্চালক আৰু ডি টি এইচৰ চি ই অ’ স্বাস্বত শৰ্মাই কয়, “এয়াৰটেলৰ দীৰ্ঘদিনীয়া সহযোগী হৈ আহিছে অপ্প’ আৰু আমাৰ ৫জিৰ যাত্ৰাত তেওঁলোকৰ সৈতে পুনৰবাৰ সহযোগিতা স্থাপন কৰি ৰোমাঞ্চিত হৈ পৰিছো। ইতিমধ্যে ৮ খন চহৰত সক্ৰিয় হৈছে এয়াৰটেল ৫জি প্লাছ আৰু অচিৰেই সমগ্র দেশতে আমাৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো। বৰ্তমানৰ এয়াৰটেল ৪জি ছিম হৈছে ৫জি সক্ষম, সেয়েহে আমি নেটৱৰ্ক আৰম্ভ কৰাৰ লগে লগে গ্ৰাহকে ছেটিংছত ৫জি নেটৱৰ্ক নিৰ্বাচন কৰিয়ে অপ্প’ৰ সকলো ৫ জি ডিভাইচত আল্ট্ৰাফাষ্ট ৫জি সেৱা উপভোগ কৰিব পাৰিব। আমাৰ নেটৱৰ্কে আজিৰ তুলনাত ২০ ৰপৰা ৩০ গুণ ক্ষিপ্ৰ গতিৰ লগতে উন্নত ভয়চ অভিজ্ঞতা আৰু ছুপাৰ ফাষ্ট কল কানেক্ট সেৱা আগবঢ়াব।“
৫জি সক্ষম ভৱিষ্যতৰ বাবে অপ্প’ৱে বছৰ বছৰ উদ্ভাৱনৰ নামত উচৰ্গা কৰিছে। ৫জিৰ অগ্ৰণী ব্ৰেণ্ডটোৱে মূল সামগ্ৰী প্ৰযুক্তিৰ বিকাশ গভীৰ কৰিবলৈ বহু পৰিমাণৰ ধনৰাশি বিনিয়োগ কৰি আহিছে আৰু অনুসন্ধান আৰু বিকাশৰ বাবে কৌশলগত সহযোগিতা স্থাপন কৰিছে আৰু বিভিন্ন পৰিস্থিতিত উদ্ভাৱনসমূহ পৰীক্ষা কৰিছে। বিভিন্ন মূল্যৰ বিস্তৃত ৰেঞ্জৰ ৫জি সক্ষম ডিভাইচসমূহ হৈছে ভাৰতত ৫জি প্ৰযুক্তি বিকাশৰ দিশে অপ্প’ৰ প্ৰস্তুতি সম্পূৰ্ণ আৰু সমৰ্পনৰ নিখুঁত উদাহৰণ। ব্যৱহাৰকাৰীসকলক ৫জি গ্ৰহণৰ দিশত সাজু কৰি তুলিবলৈ অপ্প’ৱে লগতে দেশৰ বিভিন্ন অগ্ৰণী দূৰসংযোগ প্ৰতিষ্ঠানৰ সৈতে একলগ হৈ কাম কৰি আছে। ব্ৰেণ্ডটোৱে শেহতীয়াকৈ ইণ্ডিয়ান ম’বাইল কংগ্ৰেছ ২০২২ ত অপ্প’ ডিভাইচত ৫জি অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ এয়াৰটেলৰ সৈতে সহযোগিতা স্থাপন কৰিছে, এই প্ৰদৰ্শনত ১জি বি পি এছ গতি দেখিবলৈ পোৱা যায়।

Previous Post

বিৰাট কোহলীৰ ভাইৰেল হৈছে এখন বিশেষ ফটো

Next Post

HDFC বেংকে SmartHub Vyapar বেংকিংৰ সমাধানৰ বাবে ৱান-ষ্টপ মাৰ্চেণ্ট সমাধান এপ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
HDFC বেংকে SmartHub Vyapar বেংকিংৰ সমাধানৰ বাবে ৱান-ষ্টপ মাৰ্চেণ্ট সমাধান এপ

HDFC বেংকে SmartHub Vyapar বেংকিংৰ সমাধানৰ বাবে ৱান-ষ্টপ মাৰ্চেণ্ট সমাধান এপ

সাৰেগামাৰ গানবোৰ বৰ্তমান মেটা প্লেটফৰ্মত উপলব্ধ

সাৰেগামাৰ গানবোৰ বৰ্তমান মেটা প্লেটফৰ্মত উপলব্ধ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8